ETV Bharat / state

কৰিমগঞ্জত আটক ত্ৰিপুৰাৰ দুই বাইক চোৰ

author img

By

Published : Aug 16, 2020, 11:48 AM IST

পাথাৰকান্দিৰ সোনাখিৰা চেক পোষ্টত নিয়মীয়া তালাচীৰ সময়তেই আৰক্ষীয়ে TR 05 A 8177 নম্বৰৰ বাইকসহ দুটাকৈ বাইক চোৰক আটক কৰে ৷ আটকাধীন যুৱকদ্বয় ক্ৰমে আকছাৰ আলি আৰু নদিয়া চন্দ ।

Karimganj bike thief arrest
কৰিমগঞ্জত আটক ত্ৰিপুৰাৰ দুই বাইক চোৰ

কৰিমগঞ্জ,16 আগষ্টঃ ত্ৰিপুৰাৰ পৰা বাইক চুৰ কৰি অসম আৰক্ষীৰ জালত পৰিল দুই বাইক চুৰ ৷ পাথাৰকান্দিৰ সোনাখিৰা চেকপোষ্টত নিয়মীয়া তালাচীৰ সময়তেই আৰক্ষীয়ে TR 05 A 8177 নম্বৰৰ বাইকসহ দুটাকৈ বাইক চোৰক আটক কৰে ৷ আটকাধীন যুৱকদ্বয় ক্ৰমে আকছাৰ আলি আৰু নদিয়া চন্দ ।

কৰিমগঞ্জত আটক ত্ৰিপুৰাৰ দুই বাইক চোৰ

দুয়োৰে ঘৰ অসম-ত্ৰিপুৰা সীমান্তৰ ত্ৰিপুৰাৰ কদমতলা এলেকাত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ তালাচীত বাইকখনৰ কোনো নথিপত্ৰ দেখুৱাব নোৱাৰাত আৰক্ষীৰ সন্দেহ উপজাত আটক কৰে দুয়োকে ৷ পৰৱৰ্তী সময়ত দুয়োয়ে বাইক চুৰিৰ কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক-আজাদ ভৱনত বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.