ETV Bharat / state

কৰিমগঞ্জত বাইক চোৰ আটক

author img

By

Published : Sep 23, 2019, 9:46 AM IST

মটৰ চাইকেল চুৰৰ অভিযোগত কৰিমগঞ্জ আৰক্ষীয়ে আব্দুল মুনিম নামৰ এগৰাকী যুৱকক আটক কৰে ৷

কৰিমগঞ্জত বাইক চোৰ আটক

দক্ষিণ কৰিমগঞ্জ, 23 ছেপ্টেম্বৰঃ ড্ৰাগছ সেৱনৰ বাবে কৰিমগঞ্জৰ একাংশ যুৱক বিভিন্ন অসামাজিক কৰ্মত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তেনে সময়তে মটৰ চাইকেল চুৰিৰ অভিযোগত কৰিমগঞ্জ আৰক্ষীয়ে আব্দুল মুনিম নামৰ এগৰাকী যুৱকক আটক কৰে ৷

কৰিমগঞ্জত বাইক চোৰ আটক

জানিব পৰা মতে জিলা খনৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ৰ চৌহদৰ পৰা AS-10-9609 নম্বৰৰ এখন মটৰ চাইকেল চুৰ হৈছিল ৷ আৰু এই চুৰিকাণ্ডৰ অভিযোগতে আৰক্ষীয়ে আব্দুল মুনিম নামৰ যুৱক গৰাকীক আটক কৰে ৷ ধৃত যুৱকজনৰ ভাষ্য মতে গাড়ী চুৰি চক্ৰটো এটা দলে নিয়ন্ত্ৰণ কৰে ৷ তথ্যানুসৰি নিজৰ ড্ৰাগছৰ চাহিদা পূৰণৰ বাবে একাংশ ড্ৰাগছ আসক্ত যুৱকে গাড়ী চোৰ চক্ৰৰ সৈতে জড়িত হৈ পৰিছে ৷ কেৱল মটৰ চাইকেলেই নহয়,ড্ৰাগছৰ চাহিদা পূৰণৰ বাবে একাংশ ড্ৰাগছ সেৱনকাৰীয়ে সৰু সৰু সামগ্ৰীও চুৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ক্ৰমাৎ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সেৱন কৰা যুৱকৰ সংখ্যা ৷

Intro:Body:SLUG : BIKE SUR AATOK.

কৰিমগঞ্জত আটক বাইক চোৰ ।

ড্ৰাগছ সেৱনৰ বাবে কৰিমগঞ্জৰ একাংশ যুৱক লিপ্ত হৈছে বিভিন্ন অসামাজিক কামৰ লগত । নিজৰ ড্ৰাগছৰ চাহিদা পুৰনৰ বাবে একাংশ ড্ৰাগছ আসক্ত যুৱকে গাড়ী চোৰ চক্ৰৰে জড়িত হৈ পৰিছে । কোনো মতে এখন বাইক চোৰ কৰিব পাৰিলে কেবাদিনৰ কাৰনে পুৰন হব পাৰে ড্ৰাগছৰ চাহিদা । কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিত্সালয়ৰ চৌহদৰ পৰা AS 10 9609 নম্বৰৰ এখন মটৰ চাইকেল চোৰ হৈছিল । পিছে আৰক্ষীৰ তদন্তত আটক হৈছে আব্দুল মুনিম নামৰ এগৰাকী যুৱক । ধৃত যুৱকজনৰ  ভাষ্য মতে চক্ৰটো নিয়ন্ত্ৰণ কৰে অন্য লোকে । উল্লেখযোগ্য যেন কেৱল মটৰ চাইকেল নহয়, ড্ৰাগছৰ চাহিদা পুৰনৰ বাবে অতি সামান্য সামগ্ৰীও চোৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশ ড্ৰাগছ সেৱনকাৰী সকলে । 

Date : 23.09.19 আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.