কৰিমগঞ্জ,30এপ্ৰিল: চৰকাৰী অভিলাসী আঁচনিয়ে ঢুকি নোপোৱা এখন বিশেষ দলং৷ কৰিমগঞ্জৰ ৰাতাবাৰী বিধান সভা সমষ্টিৰ নিভিয়া আৰু আংগিৰবন্দ অঞ্চল সংযোগী এখন বাঁহৰ দলঙেই একমাত্ৰ ভৰসা অঞ্চলটোৰ শতাধিক লোকৰ ৷ ছিংলা নৈৰ ওপৰত থকা এই দলঙেৰে দৈনিক মৰণত সৰণ দি যাতায়ত কৰিবলগীয়া হয় প্ৰায় আঠখন গাঁৱৰ ৰাইজে ৷ লগতে ৰাইজৰ মতে যোৱা বাৰিষাত এই দলঙৰ পৰা পৰি কেইবাজনো লোক গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে কেইবাটাও শিশুৰ মৃত্যু ঘটিছে ৷ ইপিনে ৰাইজে কেইবাবাৰো স্থানীয় বিধায়ক কৃপানাথ মাল্লাহক এই বিষয়ে অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে বিধায়ক মাল্লাহৰ বিৰুদ্ধে ৷ যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰি সমাগত বাৰিষাৰ আগেয়ে অঞ্চলটোৰ দীৰ্ঘদিনিয়া সমস্যাটো সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
কৰিমগঞ্জত বাঁহৰ দলঙেৰে যাতায়ত ৰাইজৰ,কাণসাৰ নাই জনপ্ৰতিনিধিৰ - কৰিমগঞ্জ
কৰিমগঞ্জৰ শতাধিক লোকৰ একমাত্ৰ ভৰসা এখন বাঁহৰ দলং ৷ স্থানীয় বিধায়ক কৃপানাথ মাল্লাহৰ বিৰুদ্ধে অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷
কৰিমগঞ্জ,30এপ্ৰিল: চৰকাৰী অভিলাসী আঁচনিয়ে ঢুকি নোপোৱা এখন বিশেষ দলং৷ কৰিমগঞ্জৰ ৰাতাবাৰী বিধান সভা সমষ্টিৰ নিভিয়া আৰু আংগিৰবন্দ অঞ্চল সংযোগী এখন বাঁহৰ দলঙেই একমাত্ৰ ভৰসা অঞ্চলটোৰ শতাধিক লোকৰ ৷ ছিংলা নৈৰ ওপৰত থকা এই দলঙেৰে দৈনিক মৰণত সৰণ দি যাতায়ত কৰিবলগীয়া হয় প্ৰায় আঠখন গাঁৱৰ ৰাইজে ৷ লগতে ৰাইজৰ মতে যোৱা বাৰিষাত এই দলঙৰ পৰা পৰি কেইবাজনো লোক গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে কেইবাটাও শিশুৰ মৃত্যু ঘটিছে ৷ ইপিনে ৰাইজে কেইবাবাৰো স্থানীয় বিধায়ক কৃপানাথ মাল্লাহক এই বিষয়ে অৱগত কৰি আহিছে যদিও এই পৰ্যন্ত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে বিধায়ক মাল্লাহৰ বিৰুদ্ধে ৷ যাৰ বাবে এতিয়া ক্ষোভ প্ৰকাশ কৰি সমাগত বাৰিষাৰ আগেয়ে অঞ্চলটোৰ দীৰ্ঘদিনিয়া সমস্যাটো সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
Body:slug-bamboo bridge at Ratabari (karimganj)
একাংস লোকেৰ জি সময়ত ডিজিটেল হোৱাৰ সপোনত বিভোৰ আন হাতে বহু লোকৰ আজিৰ দিনত ভৰসা এটা বাঁহৰ দলং আজি আমি দেখুৱাম এখন বিশেষ দলং জি দলং দ হেজাৰ লোকৰ একমাত্ৰ ভৰসা ।অঞ্চলটো কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধান সভাৰ সমষ্টিৰ নিভিয়া আৰু আংগিৰবন্দ অঞ্চলত ।ছিংলা নৈৰ ওপৰত থকা এই দলংএৰে আঠ খন গাঁওৰ দশ হেজাৰ লোকে প্ৰতিদিন আই যাতায়ত কৰিব লগা হয় নিৰ্বাচন চমু চাপিলে নেতা মন্ত্ৰীৰ প্ৰতিশ্ৰুতি এই পাই এই হকল ভুক্তি ভুগিয়ে ৰাইজে কিন্তু পিছে প্রতিবাৰেই ৰাজনৈতিক নেতা সকলৰ প্ৰতাৰণা চিকাৰ হৈ থাকে ।ইস্তানীও ৰাইজৰ মতে বাৰিষাৰ মছুমত এই দলঙেৰে পাৰ হব গৈ বহু কণ কণ ছাত্ৰ ছাত্ৰী মৃত্যু হৈছে তাৰ পিছত ও কান ছাৰ নাই বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তথা এই সমষ্টি তোৰ 3 বাৰৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যাক্ষ কৃপানাথ মাল্লাহৰ ।
Conclusion:কেতিয়া দুদশাৰ অন্ত কৰিব এইটো হৈ লক্ষ নিয়।