কৰিমগঞ্জ, 13 নৱেম্বৰ : কৰ'ণা মহামাৰীৰ সময়ত বিভিন্ন সচেতনতামূলক সেৱা আগবঢ়োৱা বাবে বদৰপুৰ প্ৰেছ ক্লাবক সন্মান প্ৰদান কৰিলে প্ৰেড ফাউণ্ডেশ্যন নামৰ এক বেচৰকাৰী সংস্থাই । শুকুৰবাৰে কৰিমগঞ্জৰ বাৰইগ্ৰামত এক অনুষ্ঠানৰ জৰিয়তে বদৰপুৰ প্ৰেছ ক্লাবক সন্মান প্ৰদান কৰা হয় ।

লগতে পঢ়ক : সেনা জোৱানৰ সৈতে দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে