- PFI ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত (PFI leaders arrested Across Assam)
- মঙলবাৰে নিশা কৰিমগঞ্জত PFI ৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান (Raids against PFI)
- অভিযানকালত আটক দুই PFI নেতা (PFI leaders arrested in Karimganj)
- বদৰপুৰৰ লামাজুৱাৰ গাঁৱৰ বজলুল কৰিম আৰু কৰিমগঞ্জৰ বিস্কুট গাঁৱৰ আবু ছালেহক আটক কৰিছে বদৰপুৰ আৰক্ষীয়ে
- তাৰোপৰি আজি বদৰপুৰ আৰক্ষীয়ে ছীল কৰিলে ভাংগাত থকা PFI কাৰ্যালয়টো
- সেই স্থানৰ পৰা আৰু অধিক PFI ৰ নেতাক আটক হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিলে আৰক্ষীয়ে
- আটকাধীন বাজলুল কৰিমে কেইবাবছৰ ধৰি এই কাৰ্যালয়টোৰ পৰাই চলাই গৈছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ কাম-কাজ
- উল্লেখ্য যে, কেন্দ্ৰই পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে PFI কে ধৰি ইয়াৰ সহযোগী মৰ্চাসমূহক