ETV Bharat / state

প্ৰাক্তন ডি এছ পি তথা বিজেপি নেতা নিতাইপদ দাসৰ মৃত্যু

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ এলেকাৰ প্ৰাক্তন ডি এছ পি তথা বৰ্তমানৰ বিজেপি নেতা নিতাইপদ দাসৰ দেওবাৰে নিশা হৃদজনিত কাৰণত মৃত্যু হয়

প্ৰাক্তন ডি এছ পি তথা বিজেপি নেতা নিতাইপদ দাসৰ মৃত্যু
author img

By

Published : Jul 8, 2019, 4:14 PM IST

বদৰপুৰ, ৮ জুলাইঃ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ এলেকাৰ প্ৰাক্তন ডি এছ পি তথা বৰ্তমানৰ বিজেপি নেতা নিতাইপদ দাসৰ মঙলবাৰে নিশা হৃদজনিত কাৰণত মৃত্যু হয় । দাসে ডিমাপুৰ পুলিচৰ ডি এছ পি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু অৱসৰৰ পাছত ৰাজনীতিৰ জৰিয়তে সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল। প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সদস্য,ভাঙ্গা লায়ন্স ক্লাৱৰ সঞ্চালক আৰু বিজেপিৰ এজন আগশাৰীৰ নেতা নিতাইপদ দাসৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

etv bharatb assam
প্ৰাক্তন ডি এছ পি তথা বিজেপি নেতা নিতাইপদ দাস

Intro:মখইভাঙ্গা এলাকাৰ প্ৰাক্তন ডি এস পি তথা ৱৰ্তমান ৱিজেপি নেতা প্ৰয়াত । শোকাকুল ৱদৰপুৰ ৰাইজBody:ৱদৰপুৰ: - ৱদৰপুৰৰ মখইভাঙ্গা এলাকাৰ প্ৰাক্তন ডি এস পি আৰু ৱিজেপি নেতা নিতাইপদ দাস আৰু নাই ।উল্লেখ্য যোয়া ৰাতি দুটা বজাত নিজ ঘৰতে হাৰ্ট এটাকে শেষ নিশ্বাস ত্যাগ কৰিলে। অতিৱ সাহসীকতাৰ সহিত ডিমাপুৰ পুলিচৰ ডিএস পি চাকৰি কৰে পিছে অৱসৰ গ্ৰহণ কৰি সমাজ সেবাৰ ৱাৱে লাগি থাকে তেওঁ ।প্ৰাক্তন আঞ্চলিক পঞ্চায়ত সদস্য ,ভাঙ্গা লায়ন্স ক্লাৱৰ ডিৰেক্টৰ আৰু ৱিজেপি এজন প্ৰথম সাৰিৰ নেতা আছিল নিতাই ৱাৱু। তাৰ মৃত্যুৰ খৱৰ পাই শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে । খৱৰ পাই ৱিজেপি ৰাজ্যিক উপসভাপতি ৱিশ্ৱৰুপ ভট্টাচাৰ্য্য আৰু দলৰ কেইবাজনো নেতা তেওঁৰ ঘৰত গৈ পৰিয়ালৰ খোজ ললে ।সমাজৰ ভাৱে কিছু কৰিৱলৈ সংঙ্কল্প আছিল তেওঁৰ কিন্তু মাজ পথতেই সকলয়ে এৰি থৈ গল।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে আগতে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.