ETV Bharat / state

লামাবাহাদুৰপুৰত অপহৃত কিশোৰী উদ্ধাৰ

আৰক্ষীৰ উপস্থিতিৰ উমান পাই ঘটনাৰ লগত জড়িত সাহিন আহমেদ নামৰ লোকজনে সেই ঠাই এৰি পলায়ন কৰে যদিও আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে৷

লামাবাহাদুৰপুৰত অপহৃত কিশোৰী উদ্ধাৰ
author img

By

Published : May 3, 2019, 5:41 AM IST

কৰিমগঞ্জ, 3 মেঃ বুধবাৰে নিশা দক্ষিণ কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষীয়ে লামাবাহাদুৰপুৰৰ পৰা এগৰাকী 14 বছৰীয়া অপহৃত কিশোৰী উদ্ধাৰ কৰে৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই ঘটনাৰ মূল অভিযুক্ত সাহিন আহমেদ নামৰ লোকজনে সেই ঠাই এৰি পলায়ন কৰে যদিও ঘটনাৰ লগত জৰিত অন্য এজনক ইতিমধ্য গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰু পঢ়ক ৰূপহীহাটত আৰক্ষীৰ জালত নাবালিকা নিৰ্যাতনকাৰী

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অন্তৰ্গত 457/365 ধাৰাত এক গোচৰ ৰুজু কৰে৷

Intro:লামাবাহাদুৰপুৰ থেকে অপহৃত নাবালিকা উদ্ধার। ঘটনাৰ লগতে জড়িত এক ব্যক্তিকে গ্রেফতাৰ কৰে নিলামবাজাৰ আরক্ষী। পলাতক মূল অভিযুক্ত সাহিন আহমেদ।
বুধবাৰ গভীৰ ৰাতে নিলামবাজাৰ আরক্ষী বদৰপুৰ ৰ এক গোপন ঠাইৰপৰা 14 বছৰেৰ নাবালিকাক উদ্বার করা হয়।
পুলিশের উপস্থিতিৰ খবৰ পাই আস্থানৰ পৰা পলায়ন করে ঘটনাৰ মাষ্টাৰ মাইণ্ড সাহিন আহমেদ।
পুলিশ মামলাটি 153/18 নম্বৰে ভাৰতীয় দণ্ডবিধিৰ 457/365/ আৰডব্লিউ সেকশন (4)আৰু প্রস্কো এক্টে মামলাটি নতিভূক্ত করে তদন্ত শুৰু কৰেছে।
Amirul Alom siddiquey South karimganj Body:লামাবাহাদুৰপুৰ থেকে অপহৃত নাবালিকা উদ্ধার। ঘটনাৰ লগতে জড়িত এক ব্যক্তিকে গ্রেফতাৰ কৰে নিলামবাজাৰ আরক্ষী। পলাতক মূল অভিযুক্ত সাহিন আহমেদ।
বুধবাৰ গভীৰ ৰাতে নিলামবাজাৰ আরক্ষী বদৰপুৰ ৰ এক গোপন ঠাইৰপৰা 14 বছৰেৰ নাবালিকাক উদ্বার করা হয়।
পুলিশের উপস্থিতিৰ খবৰ পাই আস্থানৰ পৰা পলায়ন করে ঘটনাৰ মাষ্টাৰ মাইণ্ড সাহিন আহমেদ।
পুলিশ মামলাটি 153/18 নম্বৰে ভাৰতীয় দণ্ডবিধিৰ 457/365/ আৰডব্লিউ সেকশন (4)আৰু প্রস্কো এক্টে মামলাটি নতিভূক্ত করে তদন্ত শুৰু কৰেছে।
Amirul Alom siddiquey South karimganj Conclusion:লামাবাহাদুৰপুৰ থেকে অপহৃত নাবালিকা উদ্ধার। ঘটনাৰ লগতে জড়িত এক ব্যক্তিকে গ্রেফতাৰ কৰে নিলামবাজাৰ আরক্ষী। পলাতক মূল অভিযুক্ত সাহিন আহমেদ।
বুধবাৰ গভীৰ ৰাতে নিলামবাজাৰ আরক্ষী বদৰপুৰ ৰ এক গোপন ঠাইৰপৰা 14 বছৰেৰ নাবালিকাক উদ্বার করা হয়।
পুলিশের উপস্থিতিৰ খবৰ পাই আস্থানৰ পৰা পলায়ন করে ঘটনাৰ মাষ্টাৰ মাইণ্ড সাহিন আহমেদ।
পুলিশ মামলাটি 153/18 নম্বৰে ভাৰতীয় দণ্ডবিধিৰ 457/365/ আৰডব্লিউ সেকশন (4)আৰু প্রস্কো এক্টে মামলাটি নতিভূক্ত করে তদন্ত শুৰু কৰেছে।
Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.