ETV Bharat / state

ৰাজ্যত নিয়ন্ত্ৰণহীন যোগান বিভাগ ! - উপায়ুক্তক স্মাৰকপ্ৰত্ৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক ৷ অতিশীঘ্ৰে চৰকাৰ তথা জিলা প্ৰশানক বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ কৰিমগঞ্জত উপায়ুক্তক স্মাৰকপ্ৰত্ৰ প্ৰদান এস.ইউ.সি.আই.ৰ ৷

assam incontinent supply departments
ৰাজ্যত নিয়ন্ত্ৰণহীন যোগান বিভাগ !
author img

By

Published : Oct 20, 2020, 3:40 PM IST

কৰিমগঞ্জ,20 অক্টোবৰঃ ৰাজ্যত নিয়ন্ত্ৰণহীন হৈ পৰিছে যোগান বিভাগ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে হাঁহাকাৰ লগাইছে সৰ্বসাধাৰণ ৰাইজৰ মাজত ৷

ক’ৰণা আতংকৰ মাজতে কৰিমগঞ্জত বজাৰৰ নিয়ন্ত্ৰণহীন মূল্য বৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ বজাৰখনত বিগত দিনকেইটাত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে গ্ৰাহকে ৷

ইপিনে উপায়হীন হৈ শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ লগতে ছিণ্ডিকেট সমূহ বন্ধ কৰা, দুই তিনিগুণলৈ বৃদ্ধি পোৱা বেচৰকাৰী পৰিবহণ সেৱাৰ ভাড়া বৃদ্ধি নিয়ন্ত্ৰন কৰাৰ দাবীৰে মঙলবাৰে কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে এস.ইউ.সি.আইৰ কৰিমগঞ্জ জিলা কমিটিয়ে ।

আনহাতে জিলা উপায়ুক্তৰ কার্যালয় ঘেৰাও কৰি এস.ইউ.সি.আইৰ সদস্য় সকলে পৰিবহনৰ ভাড়া বৃদ্ধি নিয়ন্ত্ৰন কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে জিলা উপায়ুক্তক এখনি স্মাৰকপত্রও প্রদান কৰে ৷

লগতে পঢ়কঃ কৃষি বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিৰোধী বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.