ETV Bharat / state

পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ

পাথাৰকান্দিৰ তিনিটাকৈ ঘৰৰ লগতে এখন ৰবৰ বাগিচাত অগ্নিসংযোগ কৰিছিল দুষ্কৃতিকাৰীয়ে ৷ সোমবাৰে নিশা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

author img

By

Published : May 14, 2019, 4:23 PM IST

পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ

পাথাৰকান্দি,14 মে' : অৱশেষত আৰক্ষীৰ জালত পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ মূল অভিযুক্ত ৷ সোমবাৰে নিশা পাথাৰকান্দি আৰক্ষীয়ে পিপলাচৰা অঞ্চলৰ গোবিন্দ সিঙৰ পুত্ৰ ৰাজু সিঙক তিনখাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে ৷

পাথাৰকান্দিৰ অগ্নিকাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে , কেইমাহমানৰ আগতে পাথাৰকান্দি থানাধীন দোহালিয়া অঞ্চলৰ তিনিটা কৈ ঘৰৰ লগতে এখন ৰবাৰ বাগিচাত অগ্নি সংযোগ কৰিছিল এচাম দুষ্কৃতিকাৰীয়ে । এই ঘটনাক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ পাথাৰকান্দি এলেকা।

Intro:Body:Slug.patharkandi fire incident. arrest culprit.

যোৱা কেইমাহমানৰ আগতে পাথাৰকান্দি থানাধীন দোহালিয়া অঞ্চলৰ তিনিটা কৈ ঘৰৰ লগতে এখন ৰবাৰ বাগিচাত অগ্নি সংযোগ কৰিছিল এচাম দুস্কৃতিয়ে।পিছে এই ঘটনাক লৈ উত্তাল হৈ পৰিছিল সমগ্ৰ পাথাৰকান্দি এলেকা।পলমকৈ হলেও যোৱা নিশা এই ঘটনাৰ লগত জড়িত বাজাৰিচৰা থানাধীন পিপলাচৰা অঞ্চলৰ গোবিন্দ সিংহৰ পুত্ৰ ৰাজু সিংহক তিনখাল অঞ্চলৰ পৰা পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেফতাৰ কৰি শোধপোচ অব্যাহত ৰাখিছে।

সঞ্জীত কৈৰী,পাথাৰকান্দি
কৰিমগঞ্জ, ইটিভি ভাৰত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.