কৰিমগঞ্জ, 4 মেঃ কাটা তাঁৰ পাৰ হৈ অহা 20 গৰাকী বাংলাদেশী নাগৰিকক শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তয়েদি প্ৰত্যাৰ্পণ কৰোৱা হয়। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী কেইগৰাকীয়ে বিভিন্ন সময়ত সীমান্তয়েদি প্ৰৱেশ কৰিছিল ভাৰতত ৷ তাৰ পাচতে ভাৰত চৰকাৰে কাৰাবন্দী কৰি ৰাখিছিল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীকেইগৰাকীক ৷ নিৰ্ধাৰিত সময়ৰ শাস্তিৰ ম্যাদ ওকলাৰ পাছত শনিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তয়েদি তেওঁলোকক বাংলাদেশৰ হাত গতাই দিয়া হয় ৷ ২০ জনীয়া এই বাংলাদেশী নাগৰিকৰ দলটোত 19 গৰাকী পুৰুষ আৰু এগৰাকী মহিলা আছে ৷
বাংলাদেশলৈ প্ৰত্যাৰ্পণ কৰা হ'ল 20 গৰাকী বাংলাদেশী নাগৰিকক - কাৰাবন্দী
কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তয়েদি প্ৰত্যাৰ্পণ বাংলাদেশী নাগৰিকক ৷ ভাৰত চৰকাৰে কাৰাবন্দী কৰি ৰখা বাংলাদেশী নাগৰিককেইগৰাকীক শাস্তিৰ ম্যাদ ওকলাত গতাই দিয়া হয় বাংলাদেশক ৷