ETV Bharat / state

কাৰ্বি আংলং সীমান্তত BOP স্থাপনক লৈ প্ৰতিবাদ - প্ৰতিবাদ

পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে উত্তেজনা। সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দুই সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জেৰিকীণ্ডিবঙত সাব্যস্ত কৰা হয় এক উত্তাল প্ৰতিবাদ । লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ।

কাৰ্বি আংলং সীমান্তত অসম-মেঘালয়ে পৃথকে পৃথকে BOP স্থাপনক লৈ প্ৰতিবাদ
author img

By

Published : Jun 27, 2019, 10:35 PM IST

  • পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে উত্তেজনা
  • বৃহস্পতিবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত জেৰিকীণ্ডিবঙত সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ
  • সীমান্তত দুই ৰাজ্যই পৃথকে পৃথকে BOP স্থাপনৰ পৰিকল্পনা কৰাক লৈ অঞ্চলটোত বিৰাজ কৰিছিল চেপা উত্তেজনা
  • প্ৰতিবাদৰ সম্মুখীন হোৱাত এতিয়ালৈকে সীমান্তত BOP স্থাপন কৰিবলৈ সক্ষম হোৱা নাই
  • সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত দুই সহস্ৰাধিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে
  • আৰক্ষীৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

Intro:Body:হয় বিগত কিছুদিনৰ পৰা পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত অব্যাহত আছে উত্তেজনা ।তাৰ মাজতে বৃহস্পতি বাৰে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত দুই সহস্ৰাধিক ৰাইজৰ উপস্থিতিত জেৰিকীণ্ডিবঙত সাব্যস্ত কৰা হয় এক উত্তাল প্ৰতিবাদ।উল্লেখযোগ্য যে সীমান্তত দুই ৰাজ্যই পৃথকে পৃথকে BOP স্থাপনৰ পৰিকল্পনা কৰাক লৈ অঞ্চলটোত বিৰাজ কৰিছিল চেপা উত্তেজনা।কিন্তু মেঘালয় আৰু কাৰ্বি আংলং বাসী ৰাইজৰ প্ৰবল প্ৰতিবাদৰ সম্মুখীন হোৱাত এতিয়ালৈকে সীমান্তত BOP স্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল।কিন্তু লক্ষণীয় ভাবে সীমা সমস্যাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত অসমৰ সীমাত সীমান্ত উপ আৰক্ষী চকী আৰু সীমা সমস্যা সমাধান কৰাৰ দাবীত দুই সহস্ৰাধিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি জেৰিকীণ্ডিবঙত আৰক্ষীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন প্ৰেৰণ কৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

BYTE: ছাত্ৰ সন্থাৰ নেতা।

পশ্চিম কাৰ্বি আংলঙৰ পৰা
ৰেকিবুৰ ৰহমান
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.