ETV Bharat / state

আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰ সহ দুজনক আটক

অসম - নাগালেণ্ড সীমান্তত মাৰাত্মক আৰু প্ৰাণঘাতী ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত কালি নিশা চলোৱা এক অভিযানত অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰীজানৰ দুদু কলনিৰ এটা গৃহৰ পৰা ড্ৰাগছ সহ দুই ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছখিনি ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰিছে যাৰ মূল্য লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে ৷

author img

By

Published : Jun 29, 2020, 8:31 PM IST

Two drug peddlers apprehended by Diphu Police, brown sugar recovered

ডিফু, ২৯ জুন : অসম - নাগালেণ্ড সীমান্তত মাৰাত্মক আৰু প্ৰাণঘাতী ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত কালি নিশা চলোৱা এক অভিযানত অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰীজানৰ দুদু কলনিৰ এটা গৃহৰ পৰা ড্ৰাগছ সহ দুই ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন দুজন হ'ল নগাঁও চলচলিৰ মহম্মদ জামলুদ্দিন আৰু কৰিমগঞ্জৰ মহম্মদ আৰিফ আলি ৷ আৰক্ষীয়ে সৰৱৰাহকাৰী দুটাৰ পৰা দুটা প্লাষ্টিকৰ পেকেট আৰু চাৰিটা চাদাৰ টেমা উদ্ধাৰ কৰে য'ত ড্ৰাগছ সমূহ সুমোৱাই ৰাখিছিল ৷

আৰক্ষীৰ অভিযানত লাহৰিজানত ব্ৰাউন চুগাৰ সহ দুজনক আটক

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ কৰা ড্ৰাগছখিনি ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰিছে যাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ উল্লেখ্য যে, সীমান্তৰ লাহৰীজানৰ দুদু কলনিত একাংশ সন্দেহজনক নাগৰিকৰ সঞ্চালন আৰু অৱস্থানৰ জৰিয়তে ড্ৰাগছ, অবৈধ মৰণাস্ত্ৰ আৰু বিভিন্ন অপৰাধজনিত ঘটনাৰে সমগ্ৰ অঞ্চলটোকে অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত কৰি তোলাৰ অভিযোগ ৰাইজৰ ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত নিশা চলা এই অভিযানত কৰায়ত্ত হোৱা দুই সৰৱৰাহকাৰীৰ পৰা অধিক তথ্য জানিবৰ বাবে আৰক্ষীয়ে খটখটী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.