ETV Bharat / state

নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ - কাৰ্বি আংলঙত কেঞ্চাৰ কেয়াৰ স্থাপনৰ বিষয়লৈ নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ ৷

কাৰ্বি আংলঙত কেঞ্চাৰ কেয়াৰ স্থাপনৰ বিষয়লৈ নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ ৷

নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ
author img

By

Published : Oct 12, 2019, 12:18 AM IST

ডিফু, ১১ অক্টোবৰঃ বৃহস্পতিবাৰে নতুন দিল্লীত কাৰ্বি আংলঙত কৰ্কট ৰোগ আৰোগ্যৰ সুবিধাৰ্থে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু টাটা ট্ৰাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীব চোপ্ৰা, টাটা ট্ৰাষ্টৰ লেফটেনেন্ট জেনেৰেল এভিএম এমডি, সহস্ৰ বাহিনীৰ জেনেৰেল হাস্পাতালৰ চাৰ্ভিছৰ পৰিচালক আৰু কামাণ্ডেণ্টৰ মাজত এক সৌহাৰ্দপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷ আলোচনা কালত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত ২০১৯ ৰ ভিতৰত কাৰ্বি আংলং জিলাত কেঞ্চাৰ কেয়াৰ স্থাপনৰ কথাই স্থান লাভ কৰে ৷ আলোচনাত কেঞ্চাৰ কেয়াৰ স্থাপনৰ ফলত সমাজৰ সুবিধা পৰা বঞ্চিত শ্ৰেণীয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৷ লগতে পকেট ব্যয় হ্ৰাস পোৱাৰ সমান্তৰালকৈ গুণগত কৰ্কট চিকিৎসা প্ৰাপ্ত হ'ব ৷ পূৰ্বে প্ৰকাশ হৈছিল যে, টাটা ট্ৰাষ্ট সমূহে দক্ষতাৰ সৈতে কৰ্কট পৰিচালনাৰ বাবে প্ৰান্তিক সমাধান সন্ধানৰ বাবে প্ৰয়াস চলাই আছে যাতে জনসাধাৰণৰ কাষলৈ যোৱাৰ সময়ত সচেতনতা, প্ৰতিৰোধ আৰু প্ৰাথমিক চিনাক্তকৰণৰ জৰিয়তে কৰ্কট ৰোগৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস পাব পাৰে ৷

আৰু পঢ়ক

Intro: **কাৰবি আঙলঙত কেঞ্চাৰ কেয়াৰ স্থাপনৰ বিষয়লৈ নতুন দিল্লীত টাটা ট্ৰাষ্টৰ চিইঅ'ক সাক্ষাৎ তুলিৰাম ৰংহাঙৰ ৷**

**ডিফু, ১১ অক্টোবৰ:-যোৱা কালি নতুন দিল্লীত কাৰবি আংলঙত কৰ্কট ৰোগ আৰোগ্যৰ সুবিধাৰ্থে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু টাটা ট্ৰাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীব চোপ্ৰা, টাটা ট্ৰাষ্টৰ লেফটেনেন্ট জেনেৰেল এভিএম এমডি, সহস্ৰ বাহিনীৰ জেনেৰেল হাস্পাতালৰ চাৰ্ভিছৰ পৰিচালক আৰু কামাণ্ডেণ্টৰ মাজত এক সৌহাৰ্দপূৰ্ণ আলোচনা অনুষ্ঠিত হয় ৷ আলোচনা কালত ৰাজ়্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত ২০১৯ৰ ভিতৰত কাৰবি আংলং জিলাত কেঞ্চাৰ কেয়াৰ স্থাপনৰ কথা পুণৰ স্থান পায় ৷ আলোচনাত কেঞ্চাৰ কেয়াৰ স্থাপনৰ ফলত সমাজৰ সুবিধা বঞ্চিত শ্ৰেণীক সক্ষম কৰিবলৈ সক্ষম হব ৷ পকেট ব্যয় হ্ৰাস পোৱাৰ সমান্তৰালকৈ গুণগত কৰ্কট চিকিৎসা প্ৰাপ্ত হব ৷ পূৰ্বে ইয়াকো প্ৰকাশ হৈছিলযে,টাটা ট্ৰাষ্ট সমূহে দক্ষতাৰ সৈতে কৰ্কট পৰিচালনাৰ বাবে প্ৰান্তিক সমাধান সন্ধানৰ বাবে প্ৰয়াস চলাই গৈছে যাতে জনসাধাৰণৰ কাষলৈ যোৱাৰ সময়ত সচেতনতা, প্ৰতিৰোধ আৰু প্ৰাথমিক চিনাক্ত কৰণৰ জৰিয়তে কৰ্কট ৰোগৰ বাবে মৃত্যুৰ হাৰ হ্ৰাস পাব পাৰে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:********Conclusion:********

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.