ETV Bharat / state

নিৰ্মীয়মান ডিফু হিলছ মেডিকেল কলেজ পৰিদৰ্শন সাংসদ হৰেণছিং বেৰ

author img

By

Published : Oct 15, 2019, 5:27 AM IST

তুলিৰাম ৰংহাঙৰ নেতৃত্বত সাংসদ হৰেণছিং বে'ই কাৰ্বি আংলঙৰ নিৰ্মীয়মান ডিফু হিলছ মেডিকেল কলেজ পৰিদৰ্শন কৰে ৷

ডিফু হিল্ছ মেডিকেল কলেজ পৰিদৰ্শন টীম কাৰ্বি আংলঙৰ

ডিফু, ১৪ অক্টোবৰ: সোমবাৰে কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ সদস্যসকলে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত নিৰ্মীয়মান হিলছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ কাম - কাজ পৰ্যবেক্ষণ কৰে ৷ পৰ্যবেক্ষণ কালত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙত অংশগ্ৰহণ কৰে ক্ৰমে সাংসদ হৰেণছিং বে' সহ কেইবাগৰাকী ইএম, এমএচি আৰু পৰিষদৰ প্ৰধান সচিব ৰঞ্জিত কুমাৰ দাস, কাৰ্বি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা পৰিষদৰ সচিব আৰু বিভাগীয় অভিযন্তা সকল ৷ পৰ্যবেক্ষণ কালত পৰিদৰ্শনকাৰী দলটোৱে নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিটো কাম-কাজ তন্নতন্নকৈ পৰ্যবেক্ষণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ নিৰ্মাণ কাম আৰু অহা নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া অপিডিৰ কামকাজো পৰিদৰ্শন কৰে ৷ উল্লেখযোগ্য যে, যোৱা ২৫ জুলাইত ৭০ সংখ্যক বন মহোৎসৱত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ড; হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত অহা নৱেম্বৰ মাহৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত ৩০০ খন বিচনাযুক্ত হাস্পতালৰ শুভাৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল ৷ উক্ত মাহতে মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াই ডিফু হিলছ মেডিকেল কলেজখন পৰিদৰ্শন কৰি ৰিপৰ্ট সংগ্ৰহ কৰিব বুলিও জনাইছিল ৷ আজি তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলঙে ডিফু হিলছ মেডিকেল কলেজৰ কাম- কাজ পৰিদৰ্শন কৰাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে চিকিৎসা মহাবিদ্যালয়খনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ইতিমধ্যে ডিফুত বহু আৱেদনকাৰীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ফলাফলও ঘোষণা কৰা হৈছে ৷

আৰু পঢ়ক

Intro:
তুলিৰাম ৰংহাঙৰ নেতৃত্বত সাংসদ হৰেণছিং বে' সহ টীম কাৰবি আংলঙৰ নিৰ্মিয়মান ডিফু হিলছ মেডিকেল কলেজ পৰিদৰ্শন ৷

ডিফু, ১৪ অক্টোবৰ: সোমবাৰে কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰবি আংলঙে কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত নিৰ্মিয়মান হিলছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ কাম - কাজ পৰ্যবেক্ষণ কৰে ৷ পৰ্যবেক্ষণ কালত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰবি আংলঙত অংশ গ্ৰহণ কৰে ক্ৰমে,সাংসদ হৰেণছিং বে' সহ কেইবাগৰাকী ইএম, এমএচি আৰু পৰিষদৰ প্ৰধান সচিব ৰঞ্জিত কুমাৰ দাস, কাৰবি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা পৰিষদৰ সচিব আৰু বিভাগীয় অভিযন্তা সকল ৷ পৰ্যবেক্ষণ কালত টীম কাৰবি আংলঙে নিৰ্মিয়মান চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰতিটো কাম- তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰৰ নিৰ্মাণ কাম আৰু অহা নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া অপিডিৰ কাম- কাজো পৰিদৰ্শন কৰে ৷ উল্লেখযোগ্যযে, যোৱা ২৫ জুলাইত ৭০ সংখ্যক বন মহোৎসৱত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ বিত্ত আৰু গড়কাপ্তানি মনমন্ত্ৰী ড; হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত অহা নৱেম্বৰ মাহৰ পৰা চিকিৎসা মহাবিদ্যালয় খনত ৩০০ খন বিছনাযুক্ত হাস্পাতালৰ শুভাৰম্ভ হব বুলি কৈছিল আৰু উক্ত মাহতে মেডিকেল কাউঞ্চিল অব ইণ্ডিয়াই ডিফু হিলছ মেডিকেল কলেজখন পৰিদৰ্শন কৰি ৰিপৰ্ট সংগ্ৰহ কৰিব বুলিও জনাইছিল ৷ আজি তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰবি আংলঙে ডিফু হিলছ মেডিকেল কলেজৰ কাম- কাজ পৰিদৰ্শন কৰাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ইফালে চিকিৎসা মহাবিদ্যালয়খনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ইতিমধ্যে ডিফুত বহু আবেদনকাৰীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ ফলাফলো ঘোষণা কৰা হৈছে ৷

ছাইদুল ইছলাম, ডিফু ৷
Body:******Conclusion:********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.