ETV Bharat / state

Bokajan Fire: কাৰ্বি আংলঙৰ বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড - fire breaks out in Bokajan

বোকাজান বজাৰত দেওবাৰে দুপৰীয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় (Massive fire in Bokajan)। অগ্নিকাণ্ড কোটি টকাৰ সম্পত্তি ভস্মীভূত । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

Bokajan Fire
কাৰ্বি আংলঙৰ বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Feb 20, 2022, 6:24 PM IST

ডিফু,২০ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire in Bokajan)। দেওবাৰে দুপৰীয়া জিলাখনৰ বোকাজান বজাৰৰ মাজত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ ব্যৱসায়ী চিপক দে', নীতিশ সিং, বাদল দে' আৰু প্ৰণৱ ৰয়ৰ গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড ।

কাৰ্বি আংলঙৰ বোকাজানত ভয়ংকৰ অগ্নিকাণ্ড

এই অগ্নিকাণ্ডত কেইটাও গুদাম ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ১ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু অগ্নি নিৰ্বাপণৰ চেষ্টা চলাই ।

বহু সময়ৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । ইফালে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :কলগাছিয়াৰ মইনবড়ীত মাৰপিটৰ ঘটনা, আহত ৪ গৰাকী লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.