ETV Bharat / state

বকলিয়া ঘাটত মদ জুৱাৰ বিৰুদ্ধে অভিযান

author img

By

Published : Sep 3, 2019, 9:36 PM IST

অবৈধ জুৱা আৰু সুৰাৰ ঘাটিত অভিযান চলায় কাৰ্বি আংলং আৰক্ষীয়ে ৷

বকলিয়াঘাটত মদ জুৱাৰ বিৰুদ্ধে অভিযান
  • মদ জুৱাৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷
  • বকলীয়াঘাটৰ পৰা উৎখাত চুলাই আৰু বিলাতী মদৰ ঘাটি ৷
  • দণ্ডাধীশ নূপুৰ বৰাৰ নেতৃত্বত এই চলিছিল এই অভিযান ৷
  • বকলীয়াঘাট বজাৰৰ লগতে ধাবাত চলি আহিছিল অবৈধ ব্যৱসায় ৷
  • জুৱা আৰু মদৰ আড্ডাই অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ ৷

বকলিয়া ঘাটত মদ জুৱাৰ বিৰুদ্ধে অভিযান
  • মদ জুৱাৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷
  • বকলীয়াঘাটৰ পৰা উৎখাত চুলাই আৰু বিলাতী মদৰ ঘাটি ৷
  • দণ্ডাধীশ নূপুৰ বৰাৰ নেতৃত্বত এই চলিছিল এই অভিযান ৷
  • বকলীয়াঘাট বজাৰৰ লগতে ধাবাত চলি আহিছিল অবৈধ ব্যৱসায় ৷
  • জুৱা আৰু মদৰ আড্ডাই অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ ৷
Intro:বকলীয়াঘাটত মদ-জুৱাৰ বিৰুদ্ধে অভিযান


, ডিফু, ৩ ছেপ্তেম্বৰ : কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৎপৰতাত আজি বকলীয়াঘাট আৰক্ষীয়ে দিনজোৰা কাৰ্যসূচীৰে বকলীয়াঘাট এলেকাৰ বিভিন্ন স্থানত অভিযান চলাই কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি আৰু জুৱাৰ আড্ডা উৎখাত কৰে । দণ্ডাধীশ নূপুৰ বৰাৰ উপস্থিতিত আৰক্ষীয়ে আজি বকলীয়াঘাট বজাৰ আৰু পাট্ৰাদিছাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাসমূহত অভিযান চলাই বুজন পৰিমাণৰ চুলাই মদ, বিদেশী সুৰা আৰু বিভিন্ন ব্ৰেণ্ডৰ গুটখাৰ পেকেট জব্দ কৰে । জব্দ কৰা সামগ্ৰীসমূহ পিছত বকলীয়াঘাট থানা চৌহদত নষ্ট কৰি পেলোৱা হয়। প্ৰসংগক্ৰমে বকলীয়াঘাট এলেকাত গঢ়ি উঠা অবৈধ জুৱা আৰু সুৰাৰ আড্ডাই দীৰ্ঘদিন ধৰি এলেকাটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

ছাইদুল ইছলাম, ডিফু ৷

9859675346Body:**********Conclusion:************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.