ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ ৰায়দান
12 জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে
আদালতৰ ৰায়ত সুখী নহয় বিপক্ষৰ অধিবক্তা মানস শৰণীয়া
উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ অধিবক্তাগৰাকীৰ
আদালতৰ ৰায়ত অসন্তুষ্ট দোষী সাব্যস্ত হোৱা 12 জনৰ পৰিয়াল বৰ্গ