ETV Bharat / state

ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ - সুজিত গুপ্তা

বৃহস্পতিবাৰে সন্ধিয়া 6-15 বজাত মাঞ্জা বজাৰৰ ব্যৱসায়ী সুজিত গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি নিক্ষেপ কৰে গ্ৰেণেড ৷  গ্ৰেণেডটো বিস্ফোৰিত নোহোৱাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে উপস্থিত ৰাইজ ৷

ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ
author img

By

Published : Oct 3, 2019, 10:48 PM IST

ডিফু, ৩ অক্টোবৰঃ দুৰ্গা পূজাৰ প্ৰাক ক্ষণত কাৰ্বি-আংলঙৰ মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ গ্ৰেণেড নিক্ষেপ ৷ বৃহস্পতিবাৰে সন্ধিয়া 6-15 বজাত মাঞ্জা বজাৰৰ ব্যৱসায়ী সুজিত গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি নিক্ষেপ কৰে গ্ৰেণেডটো ৷ অৱশ্যে গ্ৰেণেডটো বিস্ফোৰিত নোহোৱাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে উপস্থিত ৰাইজ ৷ আনহাতে, ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষী আৰু নিৰাপত্তা ৰক্ষীৰলোক ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেণেডটো উদ্ধাৰ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখে ৷ তাৰোপৰি ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সমূহ উপস্থিত হৈ গ্ৰেণেডটো ঢাকি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

ডিফুত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ

উল্লেখ্য যে, পূজা উপলক্ষে নিৰাপত্তা ৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাচতো এনেদৰে কোনো অজ্ঞাত লোকে গ্ৰেণেড নিক্ষেপ কৰা কাৰ্যই শংকিত কৰি তুলিছে অঞ্চলবাসীক ৷

Intro:মাঞ্জাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ্ৰেণেড নিক্ষেপ৷

ডিফু, ৩ অক্টোবৰ: শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক ক্ষণতে কাৰবি আংলং জিলাৰ মাঞ্জা বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি কোনো অজ্ঞাত দূৰ্বৃত্তই গেণেড নিক্ষেপ কৰা কাৰ্যই আতংকৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰিআজি সন্ধিয়া প্ৰায় ৬-১৫ বজাত মাঞ্জা বজাৰৰ হাৰ্ডৱেক ব্যৱসায়ী সুজিত গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি কোনো দূৰ্বৃত্তই এটা গ্ৰেণেড নিক্ষেপ কৰে ৷ সৌভাগ্য ক্ৰমে গ্ৰেণেডটো বিষ্ফোৰিত নোহোৱাত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ৷ ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষী আৰু নিৰাপত্তা ৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেণেডটো উদ্ধাৰ কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ বৰ্তমান ঘটনা স্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত হৈছে আৰু গ্ৰেণেডটো ব্লেংকেটেৰ ঢাকি থৈছে ৷ পূজা উপলক্ষে নিৰাপত্তা ৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো এনেদৰে গ্ৰেণেড নিক্ষেপ কৰা কাৰ্য তাৎপৰ্য বহন কৰিছে ৷

ছাইদুল ইছলাম, ডিফুBody:*******Conclusion:*********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.