ETV Bharat / state

প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ দেহাৱসান

ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে নিশা শেষ নিশ্বাস ত্যাগ প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ ৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ দেহাৱসান
author img

By

Published : Nov 18, 2019, 10:55 PM IST

ডিফু, 18 নৱেম্বৰঃ প্ৰাক্তন মন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ দেহাৱসান ৷ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ দেওবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল ৷ উল্লেখ্য যে, তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত ৰাজ্যিক শিক্ষামন্ত্ৰী আছিল ৰূপন ছিং ৰংহাং ৷

প্ৰাক্তন ৰাজ্যিক শিক্ষামন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ দেহাৱসান

সোমবাৰে পুৱা মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ কাৰ্বি পাহাৰৰ ভকচঙৰ নিজ বাসগৃহলৈ লৈ অনা হয় ৷ মঙলবাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব মন্ত্ৰীগৰাকীৰ ৷

Intro: প্ৰাক্তন মন্ত্ৰী ৰূপনছিং ৰংহাঙৰ দেহাৱসান ৷

ডিফু, ১৮ নৱেম্বৰ:-ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত নিশা মৃত্যু ঘটে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ /তেওঁ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত আছিল/ তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত ৰাজ্যিক শিক্ষামন্ত্ৰী আছিল ৰূপন ছিং ৰংহাং/পুৱাই মৃতদেহটো লৈ যোৱা হয় পশ্চিম কাৰ্বি পাহাৰৰ ভকচঙৰ নিজা বাসগৃহলৈ/ কাইলৈ শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰাক্তন মন্ত্ৰী গৰাকীৰ/ কালি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*****Conclusion:*****
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.