ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত তৃতীয়বাৰলৈ চলিল উচ্ছেদ অভিযান

author img

By

Published : Jan 30, 2022, 11:19 AM IST

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত দেওবাৰৰ পৰাই আৰম্ভ প্ৰশাসনৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান(Eviction drive at Assam Nagaland border) ৷

Eviction drive carried out along Assam-Nagaland border
অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত প্ৰশাসনৰ উচ্ছেদ অভিযান

ডিফু, ৩০ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ আৰম্ভ হৈছে তৃতীয়টো অভিযান (Eviction at Assam Nagaland border on Sunday )৷ দেওবাৰে পুৱাৰ ভাগৰে পৰা লাহৰিজানৰ খান বস্তিত উচ্ছেদ অভিযানৰ বাবে প্ৰশাসন সাজু হৈ পৰা পৰিলক্ষিত হয় (Eviction drive at Assam Nagaland border)৷ উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি ৩৪ টা ঘৰত প্ৰশাসনে উচ্চেদ অভিযান স্থগিত ৰাখিব, বাকী অবৈধভাৱে বসবাস কৰা ১০০ টা ঘৰত উচ্ছেদ অভিযান চলাবলৈ কাৰ্বি কাৰ্বি আংলং প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷

উল্লেখ্য যে, উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি ৩৪ টা ঘৰত প্ৰশাসনে উচ্চেদ অভিযান স্থগিত ৰাখিব, বাকী অবৈধভাৱে বসবাস কৰা ১০০ টা ঘৰত উচ্ছেদ অভিযান চলাবলৈ কাৰ্বি আংলং প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক পুষ্পৰাজ সিন্হাৰ নেতৃত্বত নিৰাপত্তাৰক্ষী তথা আৰক্ষীৰ দলৰ সহযোগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে বুলড’জাৰ আৰু জেচিবিৰে চলাইছে উচ্ছেদ অভিযান ৷

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত প্ৰশাসনৰ তৃতীয়টো উচ্ছেদ অভিযান

উল্লেখ্য যে, কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানৰ দুদু কলনীত চলিছিল প্ৰশাসনৰ অভিযান(Eviction drive at Laharijan) ৷

জিলা প্ৰশাসন, আৰক্ষী, চি আৰ পি এফ, বন বিভাগৰ দলে চলাই এই উচ্ছেদ অভিযান । কাৰ্বি আংলং জিলা উপায়ুক্ত, জিলা আৰক্ষী অধ্যক্ষকে প্ৰমুখ্যে কৰি উচ্চস্তৰীয় বিষয়াসকলৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলোৱা হয় ৷ ইতিমধ্যে লাহৰিজানৰ উক্ত দুদু কলনিত অবৈধভাৱে বাস কৰা ১০৭ টা পৰিয়াললৈ প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী(Drive against encroachers) ।

লগতে পঢ়ক : Assam Nagaland Border Violence: দিচৈভেলীত পুনৰ অসমীয়াক গুলীয়াই মৰাৰ ভাবুকি নগা দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.