ETV Bharat / state

মাঞ্জাৰ পথ দুৰ্ঘটনাত নিহত ১

author img

By

Published : May 21, 2021, 3:22 PM IST

কাৰ্বি আংলঙৰ মাঞ্জাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । ফলত থিতাতে নিহয় হয় এগৰাকী মহিলা ।

manja accident
মাঞ্জাৰ পথ দুৰ্ঘটনাত নিহত ১

ডিফু,২১ মে': বৃহস্পতিবাৰে নিশা কাৰ্বি আংলঙৰ মাঞ্জাত সংঘটিত হয় এক পথ দুৰ্ঘটনা । ফলত থিতাতে নিহত হয় এগৰাকী মহিলা । আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি, মাঞ্জা থানাৰ অন্তৰ্গত বুদ্ধ মন্দিৰ তিনিআলিৰ সমীপৰ ঘাইপথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷

manja accident
মাঞ্জাৰ পথ দুৰ্ঘটনা

ডকমকাৰ কাথে ৰংপি গাঁৱৰ ৰাজেশ টেৰণৰ পত্নী মন্দিৰা হাঞ্চেপী এএছ ০৯ জি ০১৩১ নম্বৰৰ স্কুটীখন কেঁকুৰিত ঘূৰাওতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ ইফালে স্কুটীখনত থকা আন এজন আৰোহী সামান্যৰূপে আহত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: সান্ধ্য আইনত স্তব্ধ চৌদিশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.