ETV Bharat / state

Fly over at Diphu: লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ডিফুত উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য আৰম্ভ - Construction of flyover starts at Diphu

ডিফুবাসীৰ বাবে সুখবৰ ৷ 200 কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষে উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে ৷ (Construction of flyover starts in Diphu)৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য সমাপ্ত কৰি ৰাইজক উপহাৰ দিয়া হ'ব ৷

Construction of flyover starts in Diphu
লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ডিফুত উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য আৰম্ভ
author img

By

Published : Jul 19, 2022, 7:06 AM IST

ডিফু, 19 জুলাই: কথামতেই কাম ৷ অলপ পলম হ'লেও ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ ৷ ডিফুত 200 কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষে উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্যৰ কাম আৰম্ভ হৈছে (Construction of flyover starts at Diphu) ৷ 18 জুলাইত প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে ডিফু চহৰৰ মাজমজিয়াত নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্যৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৷

লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ডিফুত উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য আৰম্ভ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে (Tuliram Ranghang CEM Karbi Anglong Autonomous Counci৷) ৷ তেওঁ সংবাদমাধ্যমক কয় যে আজি এবছৰৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিল ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য সমাপ্ত কৰি ৰাইজক উপহাৰ দিয়া হ'ব ৷

প্ৰায় এক কিঃমিঃ দৈৰ্ঘৰ সেতুখন নিৰ্মাণৰ দায়িত্ব লৈছে অনুপম নিৰ্মাণ প্ৰাইভেট কোম্পানী লিমিটেডে ৷

লগতে পঢ়ক : Police heroism against auto driver: বোকাজানত অটো চালকৰ ওপৰত আৰক্ষীৰ বীৰত্ব প্ৰদৰ্শন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.