ETV Bharat / state

ডকমকাৰ পৰা ব্যৱসায়ী অপহৰণ - বন্দুকধাৰী তিনিজন দুৰ্বৃত্ত

ডকমকা চহৰৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে এগৰাকী ব্যৱসায়ীক ৷ শুকুৰবাৰে নিশাৰ ভাগত অপহৰণ কৰে বিজয় আগৰৱালা নামৰ যুৱ ব্যৱসায়ীজনক ৷

ডকমকাৰ পৰা ব্যৱসায়ী অপহৰণ
author img

By

Published : Sep 14, 2019, 4:15 PM IST

  • ৰাজ্যৰ পৰা পুনৰ অপহৰণ যুৱ ব্যৱসায়ী ৷
  • অপহৃত হয় বিজয় আগৰৱালা নামৰ ব্যৱসায়ীজন ৷
  • শুকুৰবাৰে নিশা ডকমকাৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰে বিজয়ক ৷
  • সন্ধিয়া সময়ত দোকান বন্ধ কৰি ঘৰলৈ অহাৰ পথতে অপহৰণ কৰে ৷
  • বন্দুকধাৰী তিনিজন দুৰ্বৃত্তই অপহৰণ কৰে ব্যৱসায়ীজনক ৷
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷

Intro:ডকমকাৰ পৰা ব্যৱসায়ী অপহৰণ

ডিফু, ১৪ ছেপ্টেম্বৰ : কালি সন্ধিয়া কাৰ্বি আংলং জিলাৰ ডকমকা নগৰৰ পৰা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী যুৱ ব্যৱসায়ীক অপহৰণ কৰি নিয়া ঘটনাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি ডকমকা নগৰত হাৰ্ডৱেৰৰ ব্যৱসায় কৰা বিজয় আগৰৱাল (৩৫) নামৰ যুৱ ব্যৱসায়ীগৰাকীক দোকান বন্ধ কৰি দোকানৰে সংলগ্ন ঘৰলৈ যোৱাৰ সময়তে সন্ধিয়া প্ৰায় ৬-১৫ বজাত দুখন মটৰচাইকেলত অহা তিনিজনীয়া মৰণাস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ব্যৱসায়ীগৰাকীক নিজ ঘৰৰ পৰাই অপহৰণ কৰি নিয়ে। বৰ্তমানলৈকে কোনো পক্ষই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

ছাইদুল ইছলাম, ডিফু ৷Body:********Conclusion:*********-
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.