ETV Bharat / state

বকলীয়াঘাটত AJYCPৰ ভোগালী উৎসৱ উদযাপন

author img

By

Published : Jan 17, 2021, 6:48 PM IST

দেওবাৰে কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বকলীয়াঘাট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভোগালী উৎসৱ উদযাপন ।

বকলীয়াঘাটত এজেওৱাইচিপিৰ ভোগালী উৎসৱ উদযাপন

ডিফু, ১৭ জানুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে অসমবাসীয়ে উদযাপন কৰিলে ভোগালী বিহু । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটতো ভোগালী বিহু উলহ মালহেৰে পালন কৰা হয় । দেওবাৰে কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বকলীয়াঘাট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নৱম বাৰ্ষিক ভোগালী উৎসৱ উদযাপন কৰে ।

পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত বিভিন্ন খেল ধেমালি, জেষ্ঠ সকলক সম্বৰ্ধনা আৰু প্ৰীতি ভোজৰ আয়োজন কৰা হয় ৷ বৃহত্তৰ বকলীয়াঘাটৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভোগালীৰ আনন্দ উচাহত মতলীয়া হৈ অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ বাট মুকলি কৰে ভোগালী বিহুস্থলীত ৷

লগতে পঢ়ক: কলিয়াবৰত শিল্পী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.