ETV Bharat / state

গুৱাহাটীৰ চিকিৎসালয়ত বাইহাটাৰ যুৱকৰ মৃত্যুঃ ভুল চিকিৎসাৰ অভিযোগ - etv bharat assam

চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰীক ৷ আনহাতে, কাম কৰি থকা অৱস্থাত কোনো ধৰণৰ চেফ্টি গাৰ্ড ব্যৱহাৰ নকৰাৰো অভিযোগ আনে ঠিকাদাৰৰ বিৰুদ্ধে ।

ভুল চিকিৎসাৰ বাবে বাইহাটাত মৃত্যু যুৱকৰ
author img

By

Published : Jun 6, 2019, 2:13 PM IST

কামৰূপ, 6 জুন: বাইহাটাত ভুল চিকিৎসাৰ বাবে মৃত্যু এজন যুৱকৰ ৷ বুধবাৰে মঠগৰিয়াস্থিত গেট হাস্পতালত মৃত্যু হয় যুৱকজনৰ ৷ উল্লেখ্য যে বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত উৎপল কাকতি নামৰ যুৱকজন গুৱাহাটীত কেবলত কাম কৰি থকা অৱস্থাত প্ৰায় দহ ফুট ওখ খুঁটাৰ পৰা বাগৰি পৰে যুৱকজন ৷ যাৰ ফলত মূৰত আঘাত পায় যুৱকজনে ৷ আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ কিন্তু জিএমচিএইচতো স্বাস্থ্যৰ উন্নতি নোহোৱাত যুৱকজনক ভৰ্তি কৰোৱা হয় মঠগৰিয়াস্থিত গেট হাস্পতাললৈ ৷ আৰু তাতেই চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজ তথা পৰিয়ালে ৷

ভুল চিকিৎসাৰ বাবে বাইহাটাত মৃত্যু যুৱকৰ

যাৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰীক ৷ আনহাতে, কাম কৰি থকা অৱস্থাত কোনো ধৰণৰ চেফ্টি গাৰ্ড ব্যৱহাৰ নকৰাৰো অভিযোগ আনে ঠিকাদাৰৰ বিৰুদ্ধে । সেয়ে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়া উৎপলৰ মৃত্যুৰ ক্ষতিপুৰণ হিচাপে ৫ লাখ টকা ঠিকাদাৰৰ পৰা দাবী কৰিছে অঞ্চলবাসীয়ে ।

Intro:
Baihata Youth Dead Crying Villagers
V/O:----বাইহাটাত এজন যুৱকৰ মৃত্যুত কান্দিছে গাওবাসী । যুৱক জনৰ নাম উৎপল কাকতি ,ঘৰ বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত বোৰ্কা গাৱত ।শৈশৱৰে পৰা পিতৃৰ পৰা আতৰি থকা উৎপলে দিন হাজিৰা কৰি পৰিয়াটিক পোহপাল দিয়াৰ লগতে উলিয়াইছিল নিজৰ পঢ়াৰ খৰছ । মৃত্যুৰ আগলৈকে উৎপলে কাম কৰি আছিল গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত । গুৱাহাটীত কেবলৰ কাম কৰি থকা অৱস্থাতে উৎপলে বাগৰি পৰে প্ৰায় দহ ফুট ওখৰ পৰা । মূৰত সামান্য আঘাট পোৱা উৎপলক লগৰীয়াই ততালিকে ভৰ্তি কৰোৱাই মহেন্দ্ৰ মোহন ৰাজ্যিক চিকিৎসালয়ত । চিকিৎসালয়তে উৎপলৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত উন্নত চিকিৎসষৰ বাবে লৈ যায় গুৱাাহাটী চিকিৎসা মহাবিদ্যালয়লৈ । গুৱহাটী চিকিৎসা মহাবিদ্যালয়টো ভাল নোপোৱাত লৈ যায় মহানগৰীৰ মঠঘৰিয়াস্থিত গেট হস্পিতাললৈ । এম্নুলেঞ্চ সেৱাৱাৰ নামত কাম কৰা দুষ্ট চক্ৰ কবলত পৰি গেট হস্পিতালৈ যাবলগীয়া হোৱাটোৱে কাল হ'ল উৎলৰ বাবে । গেট হস্পিতালৰ চিকিৎসকৰ ভূল চিকিৎসাৰ বাবে উৎপলৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে স্থানীয় লোক সকলে ।সেয়ে চিকিৎসালয় খনৰ ওপৰত চকু দিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনাইছে স্বাস্থ্য মন্ত্ৰীক । আনফালে কাম কৰি থকা অৱস্থাত কোনো ধৰনৰ চেফ্টি গাৰ্ড ব্যৱহাৰ নকৰাৰো অভিযোগ আনিছে ঠিকাদাৰৰ বিৰুদ্ধে । সেয়ে উৎপলৰ মৃত্যুৰ ক্ষতিপুৰন হিচাপে ৫ লাখ টকা ঠিকাদাৰৰ পৰা দাবী কৰিছে গাওবাসীয়ে ।

বাইট:----
বাইট.
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.