ETV Bharat / state

চাংসাৰী ৰে'ল ষ্টেচনত 'বিশ্ব পৰিৱেশ দিৱস' উপলক্ষে বৃক্ষ ৰোপণ - অসম নিউজ

দিনক দিনে বৃদ্ধি পায় অহা বায়ু প্ৰদূষণ আৰু বায়ুৰ গুণগত মান ৰক্ষাৰ বাবে এই বৃক্ষ ৰোপণ কাৰ্যসূচী লোৱা বুলি উল্লেখ কৰে টপচেম চিমেণ্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ অনিল কাপুৰে

'বিশ্ব পৰিৱেশ দিৱস'
author img

By

Published : Jun 5, 2019, 1:17 PM IST

Updated : Jun 5, 2019, 1:33 PM IST

কামৰূপ, 5 জুনঃ বাইহাটা চাৰিআলিৰ চাংসাৰী ৰে'ল ষ্টেচনত 'বিশ্ব পৰিৱেশ দিৱস' উপলক্ষে বৃক্ষ ৰোপণ কৰে। টপচেম চিমেণ্টৰ উদ্যোগত আৰু চাংসাৰী ৰে'ল ষ্টেচনৰ কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত হয় এই বৃক্ষৰোপণ কাৰ্যসূচী ৷ দিনক দিনে বৃদ্ধি পায় অহা বায়ু প্ৰদূষণ আৰু বায়ুৰ গুণগত মান ৰক্ষাৰ বাবে এই বৃক্ষ ৰোপণ কাৰ্যসূচী লোৱা বুলি উল্লেখ কৰে টপচেম চিমেণ্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ অনিল কাপুৰে। টপচেম চিমেণ্টৰ ফালৰ পৰা প্ৰতিবছৰে 'বিশ্ব পৰিৱেশ দিৱস'ত গছপুলি ৰোপণ কৰি অহাৰ কথাও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ।

বিশ্ব পৰিৱেশ দিৱস

আনহাতে, চাংসাৰী ষ্টেচনত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা মালগাড়ী সমূহৰ পৰা কিছু পৰিমাণে হ'লেও সৃষ্টি হয় বুলি উল্লেখ কৰে ষ্টেচন অধীক্ষক গৰাকীয়ে । যাৰ বাবে এই বৃক্ষ ৰোপণ কাৰ্যসূচীয়ে কিছু পৰিমাণে হ'লেও প্ৰদূষণ প্ৰতিৰোধ কৰিব বুলি মত ব্যক্ত কৰে অধীক্ষক গৰাকীয়ে

Intro:Baihata Changsari Environment Day Three Plantation

V/O:---বাইহাটা চাৰিআলিৰ চাংসাৰি ৰেল ষ্টেচনত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষ ৰোপন । টপচেম চিমেণ্টৰ উদদ্যোগত আৰু চাংসাৰি ৰেল ষ্টেচনৰ কৰ্মচাৰিৰ সহযোগত এই বৃক্ষৰোপন কাৰ্য্যসূছী অনুস্থিত হৈ যায় । দিনক দিনে বৃদ্ধি পায় অহা বায়ু প্ৰদুষণ আৰু বায়ুৰ গুনগত মান ৰক্ষাৰ বাবে এই বৃক্ষ ৰোপন কাৰ্য্যসূছী লোৱা বুলি উল্লেখ কৰে টপচেম চিমেণ্টৰ ক্ৰয় আৰুবিপনন বিভাগৰ অধ্যক্ষ অনিল কাপুৰে । টপচেম চিমেণ্টৰ ফালৰ পৰা প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱসত গছপুলি ৰোপন কৰিৱঅহাৰ কথাও উল্লেখ কৰে অধ্যক্ষ্য গৰাকীয়ে ।

Byte:---
V/O:---আনহাতে চাংসাৰি ষ্টেচনত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা মালগাড়ী সমূহৰ পৰা কিছু পৰিমানে হলেও প্ৰদুষণৰ সৃষ্টি হয় বুলি উল্লেখ কৰে ষ্টেচন অধীক্ষক গৰাকীয়ে ।সেয়ে এই বৃক্ষ ৰোপনে কিছু পৰিমানে হলেও প্ৰদুষণ প্ৰতিৰোধ কৰিব বুলি মত ব্যক্ত কৰে অধীক্ষক গৰাকীয়ে ।
বাইট:----
Body:.Conclusion:.
Last Updated : Jun 5, 2019, 1:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.