ETV Bharat / state

কণমানিৰ হাতৰ পৰশত প্ৰাণ পাই উঠা নানা ৰঙী সামগ্ৰী

দক্ষিণ কামৰূপৰ ৰামপুৰত গ্ৰীষ্মকালীন কৰ্মশালা ৷ কণ কণ শিশুৰ হাতৰ পৰশত ভিন্ন ৰঙী সামগ্ৰী ৷

কণ কণ শিশুৰ হাতৰ পৰশত ভিন্ন ৰঙী সামগ্ৰী
author img

By

Published : Jul 20, 2019, 2:31 PM IST

দক্ষিণ কামৰূপ, 20 জুলাই : গ্ৰীষ্মকালীন বন্ধৰ এই সময়ছোৱাত শিশুসকলোক অন্য ঠাই পৰিভ্ৰমণ কৰাৰ লগতে শিশুসকলক আন আন দিশসমূহত আগুৱাই নিয়াৰ উদ্দেশ্যে আয়োজন কৰা হয় গ্ৰীষ্মকালীন কৰ্মশালাৰ ৷ ভিন্ন ঠাইৰ লগতে দক্ষিণ কামৰূপৰ ৰামপুৰতো 'অৰিয়েল গ্ৰুপ'ৰ উদ্যোগত আৰু 'ৰ'দ কাঁচিয়লিৰ' সহযোগত আয়োজন কৰা হয় গ্ৰীষ্মকালীন কৰ্মশালাৰ । য'ত শিশুসকলক ভিন্ন সামগ্ৰী প্ৰস্তুত কৰা সম্পৰ্কত আয়োজন কৰা হয় প্ৰশিক্ষণ শিৱিৰৰ । বিভিন্ন আৰ্হিৰ কাগজৰ সামগ্ৰী, চোলাত ৰং দিয়া, ছবি অংকন কৰা , কফি পেইণ্টিং আদিবোৰৰ প্ৰশিক্ষণ দিয়া হয় এই কৰ্মশালাত ।

কণ কণ শিশুৰ হাতৰ পৰশত ভিন্ন ৰঙী সামগ্ৰী

বিদ্যালয়ৰ পৰা দিয়া গ্ৰীষ্ম বন্ধৰ কালচোৱাত এনেদৰে অন্য ঠাই পৰিভ্ৰমণ নকৰি এই প্ৰশিক্ষণ ল'বলৈ অঞ্চলটোৰ ৮০ গৰাকীতকৈও অধিক শিশুসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে । আজি এই গ্ৰীষ্মকালীন কৰ্মশালাৰ অন্ত পৰে যদিও সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতেৰে বনাই প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ এখন প্ৰদৰ্শনী দেখুওৱা হয় । এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে পলাশবাৰী চক্ৰ বিষয়া সু-সপ্না কাকতি,বিশিষ্ট সমাজকৰ্মী পংকজলোচন গোস্বামী ।

Intro:দক্ষিণ কামৰূপৰ ৰামপুৰত শিশুসকলোৰ হাতত প্ৰান পালে বহুতো সামগ্ৰী !Body:Vo..গ্ৰীস্ম বন্ধৰ কালচোৱা শিশুসকলোক অন্য ঠাই পৰিভ্ৰমন কৰাৰ লগতে শিশুসকলোক কিছু শিক্ষাৰ পোহৰও দিব লাগে । বিভিন্ন ঠাইত গ্ৰীস্মকালীন পাঠদান তথা গীস্মৰ বন্ধচোৱা বিভিন্ন সংগঠনৰ উদ্যোগত বিভিন্ন ঠাইত গ্ৰীস্মকালীন কৰ্মশালা আয়োজন কৰা হৈছিল । দক্ষিণ কামৰূপৰ ৰামপুৰতো 'অৰিয়েল গ্ৰুপ'ৰ উদ্যোগত আৰু 'ৰদ কাঁচিয়লিৰ' সহযোগত আয়োজিত কৰা হৈছিল গ্ৰীস্মকালীন কৰ্মশালা । এই কৰ্মশালাত শিশুসকলোক দিয়া হৈছিল বিভিন্ন প্ৰশিক্ষণ । বিভিন্ন আৰ্হিৰ কাগজৰ সামগ্ৰী,চোলাত ৰং দিয়া,ছবি অংকন কৰা,কফি পেইণ্টিং আদিবোৰৰ প্ৰশিক্ষণ দিয়া হৈছিল এই কৰ্মশালাত । বিদ্যালয়ৰ পৰা দিয়া গ্ৰীস্ম বন্ধৰ কালচোৱাত এনেদৰে অন্য ঠাই পৰিভ্ৰমন নকৰি এই প্ৰশিক্ষণ ল'বলৈ অঞ্চলটোৰ ৮০গৰাকীতকৈও অধিক শিশুসকলে এই কৰ্মশালাত অংশগ্ৰহন কৰে । আজি এই গ্ৰীস্মকালীন কৰ্মশালাৰ অন্ত পৰে যদিও সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতেৰে বনাই প্ৰস্তুত কৰা সামগ্ৰীসমুহৰ এখন প্ৰদৰ্শনী দেখুওৱা হয় । এই প্ৰদৰ্শনীত অংশগ্ৰহন কৰে পলাশবাৰী চক্ৰ বিষয়া সু-সপ্না কাকতি,বিশিষ্ট সমাজকৰ্মী পংকজলোচন গোস্বামী ।Conclusion:আজি এই প্ৰদৰ্শনীত শিশুসকলোৰ প্ৰতিভাসমুহ দেখি আপ্লুত হৈ পৰে চক্ৰ বিষয়া ।

Bite1..চক্ৰ বিষয়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.