ETV Bharat / state

বাইহাটাৰ মাৰুটি ৱৰ্কশ্বপত ভিজিলেঞ্চৰ অভিযান - বাইহাটা

বাইহাটা চাৰিআলিৰ নাইনা মাৰুটি ওৱাৰ্কচপ নামৰ গেৰেজত চলিল অভিযান । গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাই ধন দাবী কৰাৰ অভিযোগতে গেৰেজটোত চলে অভিযান ৷

নাইনা মাৰুটি ওৱাৰ্কচপত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান
author img

By

Published : Jun 8, 2019, 9:58 AM IST

বাইহাটা, 8 জুন : বাইহাটা চাৰিআলিত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । নাইনা মাৰুটি ৱৰ্কশ্বপ নামৰ গেৰেজত চলিল অভিযান । গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাই ধন দাবী কৰা বুলি বিপুল আহমেদ নামৰ এগৰাকী লোকে অভিযোগ দিয়াত গেৰেজত চলে অভিযান ৷ বিপুল আহমেদ নামৰ এগৰাকী ব্যক্তিয়ে গাড়ী অপহৰণত জড়িত থকা বুলি গোচৰ আছিল বাইহাটা চাৰিআলি আৰক্ষী থানাত । যাৰ বাবে বাইহাটা আৰক্ষীয়ে বিচাৰি আছিল বিপুল আহমেদক ।

নাইনা মাৰুটি ওৱাৰ্কচপত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান

পাচত সেই বিপুল আহমেদেই আৰক্ষীক মেনেজ কৰাৰ বাবে বাৰে বাৰে বিপুল আহমেদে খাটিৰ কৰিছিল নাইনা গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাক । নিৰঞ্জন ভূঞাই বন্ধুত্বৰ খাটিৰত যিমান পাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পাচৰ পৰ্যায়ত বিপুল আহমেদে নিৰঞ্জন ভূঞাই ধন দাবী কৰা বুলি দুৰ্নীতি নিবাৰক শাখাত গোচৰ ৰুজু কৰাত শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই বাইহাটা চাৰিআলিৰ নাাইনা গেৰেজত অভিযান চলাই সোধা-পোচাৰ বাবে লৈ যায় স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাক । অৱশ্যে এই ক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷

Intro:-Baihata Anti Corruption Operation

V/O:----বাইহাটা চাৰিআলিত অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰন শাখাৰ অভিযান । নাইনা মাৰুটি ওৱাৰ্কচপ নামৰ গেৰেজত অভিযান । বিপুল আহমেদ নামৰ ব্যক্তি এগৰাকীৰ গোচৰৰ ভিত্তিত চলিছিল এঈ অভিযান । গেৰেজৰ স্বত্বাধিকাৰীয়ে বিপুলৰ পৰা ধন দাবী কৰাৰ আনিছিল অভিযোগ । উল্লেখ্য যে বিপুল আহমেদ নামৰ এইজন ব্যক্তি ৰদৰ গাড়ী্ অপহৰনত জড়িত থকা বুলি গোচৰ আছিল বাইহাটা চাৰিআলি আৰক্ষী থানাত । যাৰ বাবে বাইহাটা আৰক্ষীয়ে বিচাৰি আছি বিপুল আহমেদক । সেইয়ে আৰক্ষীক মেনেজ কৰাৰ বাবে বাৰে বাৰে বিপুল আহমেদে খাটিৰ কৰিছিল নাইনা গেৰেজৰ স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাক । নিৰঞ্জন ভূঞাই বন্ধুত্বৰ খাটিৰত যিমান পাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু ওলোটাই চোৰে গৃহস্থক বন্ধাৰ নিচিনাহে হ'ল । বুিপুল আহমেদে ধন দাবী কৰা বুলি নিৰঞ্জন ভূঞাৰ ওপৰত গোচৰ ৰুজু কৰিলে দুৰ্নীতি নিবাৰন শাখাত সেইদৰে দুৰ্নীতি নিবাৰন শাখাই অভিযান চলাই বাইহাটা চাৰিআলিৰ নাাইনা গেৰেজত আৰু শোধ পোচৰ বাবে লৈ যায় স্বত্বাধিকাৰী নিৰঞ্জন ভূঞাক ।অৱশ্যে দুৰ্নীতি নিবাৰন শাখাৰ বিষয়া সকল কোনো ধৰনৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকেBody:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.