ETV Bharat / state

উত্তৰ গুৱাহাটীত অবৈধ মৰণাস্ত্ৰসহ আটক দুজন

author img

By

Published : May 11, 2022, 8:48 PM IST

উত্তৰ গুৱাহাটীত জব্দ অবৈধ মৰণাস্ত্ৰ (Arms seized at North Guwahati ) ৷ লগতে আটক দুজন যুৱক ৷ সম্প্ৰতি আটকাধীন লোক দুজনক জেৰা অব্যাহত ৰাখিছে গৌৰীপুৰ আৰক্ষীয়ে ৷

Arms seized at North Guwahati
উত্তৰ গুৱাহাটীত জব্দ অবৈধ মৰণাস্ত্ৰ : আটক দুজন

বাইহাটা চাৰিআলি, 11 মে’: বুধবাৰে উত্তৰ গুৱাহাটীত আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Arms seized at North Guwahati) ৷ এক গোপন সূত্ৰ অনুসৰি উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে ৰূদ্ৰেশ্বৰৰ দুটা ভাৰাঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এই মৰণাস্ত্ৰ ৷

আৰক্ষীয়ে অভিযান চলাই দুয়োটা ভাৰাঘৰৰ কোঠাৰ পৰা এটা হাতে সজা পিষ্টল, দুইজাই সজীৱ 303 বুলেট, 50 টাৰো অধিক ম'বাইল ফোন, মিক্সাৰ গ্ৰাইণ্ডাৰৰ লগতে ঘৰুৱা সা- সৰঞ্জাম জব্দ কৰে । লগতে এই অভিযানত দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

আটকাধীন লোককেইজন উত্তৰ প্ৰদেশৰ অংকুৰ কুমাৰ আৰু প্ৰাঞ্জল কলিতা বুলি জানিব পৰা গৈছে (Two arrested from North Guwahati with illegal arms) ৷ আটকাধীন লোককেইজনে এক বৃহৎ নেটৱৰ্কৰ জড়িতে উত্তৰ গুৱাহাটীত অপৰাধৰ সাম্ৰাজ্য গঢ়িবলৈ চেষ্টা কৰি অহা বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ সম্প্ৰতি ধৃত লোক কেইজনক জেৰা অব্যাহত ৰাখিছে গৌৰীপুৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক : অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.