ETV Bharat / state

বাইহাটা চাৰিআালিৰ কলমনিত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ - বাইহাটা

কলমনিস্থিত কুৰ্ম মাধৱ দেৱালয়ত দেওবাৰে নিশা উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য কাছ ৷ কাছ পুহিবৰ কাৰণে পুখুৰীৰ স্থান নিৰ্বাচন কৰাৰ কিছু মুহুৰ্তৰ পিচতে উদ্ধাৰ হয় কাছটো ৷

বাইহাটা চাৰিআালিৰ কলমনিত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ
author img

By

Published : Sep 16, 2019, 3:33 PM IST

বাইহাটা, 16 চেপ্তেম্বৰঃ কলমনিস্থিত ঐতিহ্য মণ্ডিত কুৰ্ম মাধৱ দেৱালয়ত নিশাৰ ভাগত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য কাছ। ঐতিহ্য মণ্ডিত এই দেৱালয়ত কাছ পুহিবৰ কাৰণে দেৱালয় পৰিচালনা সমিতিয়ে পুখুৰীৰ স্থান নিৰ্বাচন কৰাৰ কিছু মুহুৰ্তৰ পিচতে উদ্ধাৰ হয় দুষ্প্ৰাপ্য কাছটো ।

বাইহাটা চাৰিআালিৰ কলমনিত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

কিয়নো কিছুদিন পূৰ্বে মন্দিৰৰ মণিকূট নিৰ্মাণৰ বাবে মাটি খান্দোতেও উদ্ধাৰ হৈছিল ভগৱান বিষ্ণুৰ পদচিহ্নৰ লগতে কাছৰ আকৃতিৰ চন্দনৰ পটা ।

Intro:Baihata Tortoise Recover

V/O:---বাইহাটা চাৰিআালিৰ কলমনিত চাঞ্চল্য । কলমনিস্থিত ঐতিহ্য মণ্ডিত কুৰ্ম মাধব দেৱালয়ত নিশাৰ ভাগত উদ্ধাৰ হয় এটি দুস্প্ৰাপ্য কাছ । ঐতিহ্য মণ্ডিত এই দেৱালয় খনিত কাছ পুহিবৰ কাৰনে দেৱালয় পৰিচালনা সমিতিয়ে পুখুৰীৰ স্থান নিৰ্বাচন কৰাৰ কিছু মুহুৰ্তৰ পিচতে উদ্ধাৰ হয় দুস্প্ৰাপ্য প্ৰাণী বিধ । সেয়ে ভগবানে নিজে আহি নিজৰ স্থানত উপস্থিত হোৱা বুলি বিস্বাস কৰে স্থানীয় ৰাইজে । কিয়নো কিছুদিন পূৰ্বে মন্দিৰৰ মনিকূট নিৰ্মাৰ বাবে মাটি খান্দোতেও উদ্ধাৰ হৈছিল ভগবান বিষ্ণুৰ পদচিহ্নৰ লগতে কাছৰ আকৃতিৰ চন্দনৰ পটা । সেয়ে আজিৰ কাছ উদ্ধাৰে ভগবান বিষ্ণুয়ে নিজে আহি উপস্থিত হোৱা বুলি বিস্বাস কৰে স্থানীয় ৰাইজে । কাছ উদ্ধাৰৰ খবৰ পায় দেৱালয় প্ৰঙ্গনত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক দিগন্ত কলিতায়ো একে ধৰনৰ মন্তব্য আগবঢ়ায় ।
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.