ETV Bharat / state

বকোত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 1

author img

By

Published : Nov 10, 2020, 9:58 PM IST

বকোৰ বন্দাপাৰাত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বন্দাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অতিক্ৰম কৰিবলৈ লওঁতেই চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় খগেন দাস নামৰ এগৰাকী চাইকেল আৰোহীৰ ৷

terrible-road-accident-in-boko
বকোত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 1

বকো,10নৱেম্বৰঃবকোৰ বন্দাপাৰাত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বন্দাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অতিক্ৰম কৰিবলৈ লওঁতেই চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে মৃত্যু হয় খগেন দাস নামৰ এগৰাকী চাইকেল আৰোহীৰ ৷

গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখী এ এছ ২৬ ডি ২৭৭৩ নম্বৰৰ কিউট বাহনখনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ইপিনে স্থানীয় লোকে বকো আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ যায় । তদুপৰি আৰক্ষীয়ে ততাতৈয়েকৈ অভিযান চলাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়কঃ ডিফুৰ ৰাংছিনা ভৱনত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.