ETV Bharat / state

গামোচা পিন্ধিলেও অসমৰ প্ৰতি আন্তৰিকৰতা নাই প্ৰধানমন্ত্ৰীৰ !! - নৰেন্দ্ৰ মোডী

গামোচাখন পিন্ধিলেও তেওঁৰ অন্তৰত অসমৰ উন্নয়নৰ বাবে কিমান আন্তৰিকতা আছে ইয়াক লৈ সন্দেহ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ বাট পথ উন্নয়নৰ নামত ৰাষ্ট্রীয় ঘাই পথ সমূহত মাছ মাৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাটোৱে চৰকাৰৰ কাম কৰাৰ ধৰণক সূচায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

TARUN GOGOI
author img

By

Published : Jun 21, 2019, 7:30 PM IST

  • নৰেন্দ্ৰ মোডীয়ে গামোচা পিন্ধি যোগাসন কৰি অসমীয়া মানুহক আভুৱা ভাৰিছে
  • এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
  • গামোচাখন পিন্ধিলেও তেওঁৰ অন্তৰত অসমৰ উন্নতিৰ বাবে কিমান আন্তৰিকতা আছে ইয়াক লৈ সন্দেহ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ
  • বাট পথ উন্নয়নৰ নামত ৰাষ্ট্রীয় ঘাই পথ সমূহত মাছ মাৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাটোৱে সূচায় চৰকাৰৰ কাম কৰাৰ ধৰণ
  • টেট শিক্ষক সকলক যোগ্যতাৰ ভিত্তিতে চাকৰি দিয়া হৈছিল তৰুণ গগৈ চৰকাৰৰ দিনত
  • সেই শিক্ষক সকলক সিদ্ধাৰ্থ ভট্টাচাৰ্যই অপমান সূচক মন্তব্য কৰাতো লাজৰ কথা
    নৰেন্দ্ৰ মোডীয়ে গামোচা পিন্ধি যোগাসন কৰি অসমীয়া মানুহক আভুৱা ভাৰিছে
  • শিক্ষক সকলক সন্মান কৰিব লাগে
  • বি জে পি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল ক'লেও বাস্তৱত সম্ভৱ নহয় সেয়া
  • NRC প্রক্রিয়াক সম্পূৰ্ণ হোৱাত বাধা দিছে বি জে পি চৰকাৰে
  • বিদেশী সমস্যা প্ৰধান কাৰক হিচাপেলৈ ৰাজনীতি কৰাৰ প্ৰয়াস কৰিছে

Intro:নৰেন্দ্ৰ মোডীয়ে গামোচা পিন্ধি যোগাসন কৰি অসমীয়া মানুহক আভুৱা ভাৰিছে। গামোচাখন পিন্ধিছে সঁচা কথা কিন্তু তেখেতৰ অন্তৰত অসমৰ উন্নতিৰ বাবে কিমান আন্তৰিকতা আছে সেয়া তৰুণ গগৈয়ে সন্দেহ কৰে।এইখন চৰকাৰৰ দিনত বাট পথ উন্নয়নৰ নামত ৰাষ্ট্রীয় ঘাই পথ সমূহত মাছ মাৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হোৱাটোৱে সূচায় যি ধৰনে কাম কৰিব লাগিছিল কৰা নাই bjp চৰকাৰে।

Body:টেট শিক্ষক সকলক যোগ্যতাৰ ভিত্তিতে চাকৰি দিয়া হৈছিল তৰুণ গগৈ চৰকাৰৰ দিনত।সেই শিক্ষক সকলক সিদ্ধাৰ্থ ভট্টাচাৰ্যই অপমান সূচক মন্তব্য কৰা তো লাজৰ কথা। শিক্ষক সকলক সন্মান কৰিব লাগে। বি জে পি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল কলেও বাস্তৱত সেয়া নহয়। NRC প্রক্রিয়াক সম্পূৰ্ণ হোৱাত বাধা দিছে বি জে পি চৰকাৰে বিদেশী সমস্যা প্ৰধান কাৰক হিচাপেলৈ ৰাজনীতি কৰাৰ প্ৰয়াস কৰিছে। অসমীয়া মানুহে বুজাত অলপ দেৰি হয় কিন্তু যেতিয়া বুজি পায় এবাৰ মৈত উঠিলে নানামে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.