ETV Bharat / state

বকোত বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু - বকো

বিদ্যুৎস্পৃষ্ট হৈ ১২ বৰ্ষীয় দীপাংকৰ মণ্ডল নামৰ এজন ছাত্ৰই মৃত্যুক সাৱটি লয়। শনিবাৰে ৰাতিপুৱা ছাত্ৰজনে মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ গৈ থিতাতে ঢলি পৰে ।

বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু
author img

By

Published : Jun 29, 2019, 1:04 PM IST

বকো, ২৯ জুন : বকোৰ নতুন দেওচৰত বিদ্যুৎস্পৃষ্ট হৈ দীপাংকৰ মণ্ডলনামৰ এজন ছাত্ৰই মৃত্যুক সাৱটি লয়। শনিবাৰে ৰাতিপুৱা ছাত্ৰজনে মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ গৈ থিতাতে ঢলি পৰে ।

বিদ্যুৎস্পৃষ্ট হৈ ছাত্ৰৰ মৃত্যু

পাছত ছাত্ৰজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত ছাত্ৰজন ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল বুলি জানিব পৰা গৈছে ।

Intro:Body:বকোৰ নতুন দেওচৰত অঘটন। বিদ্যুৎপৃষ্ঠ হৈ ছাত্ৰৰ মৃত্যু। বিদ্যুৎ সংযোগ কৰিবলৈ গৈ দীপাংকৰ মণ্ডল (১২)নামৰ ছাত্ৰজনৰ মৃত্যু হয়। আজি ৰাতিপুৱা ছাত্ৰ জনে মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ লওতে থিতাতে ঢলি পৰে। বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ছাত্ৰজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত ছাত্ৰজন ষষ্ঠ শ্ৰেণীত অধ্যয়নত আছিল।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.