ETV Bharat / state

ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

author img

By

Published : Nov 20, 2020, 2:26 PM IST

ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ একেখন গাঁৱৰেই এজন কিশোৰৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত কৰি অভিযুক্ত কিশোৰজনক আটক কৰে আৰক্ষীয়ে ৷

specially abled girl rape in rangia
ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

ৰঙিয়া, 20 নৱেম্বৰ : বৃহস্পতিবাৰে ৰঙিয়াত সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড । এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰে একেখন গাঁৱৰেই এজন কিশোৰে । ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে কিশোৰীগৰাকীক ।

ৰঙিয়াত বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে । ৰঙিয়া আৰক্ষীয়ে তদন্ত কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰা অভিযুক্ত কিশোৰজনক আটক কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : এমাহে শুংসূত্ৰ নাই অপহৃত কিশোৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.