ETV Bharat / state

আবিৰৰে ৰঙীন ঐতিহ্যপূৰ্ণ দৌলগোবিন্দ মন্দিৰ - দৌলগোবিন্দ মন্দিৰ

উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ফাল্গু উৎসৱ

আবিৰৰ ৰঙেৰে ৰঙীন ঐতিহ্যপূৰ্ণ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ
author img

By

Published : Mar 20, 2019, 9:08 PM IST

কামৰূপ,২০ মাৰ্চঃ বুধবাৰৰ পৰা পাঁচদিনীয়াকাৰ্যসূচীৰে আৰম্ভ হয়ঐতিহ্যপূৰ্ণ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ । ইয়াকে লৈ ভক্তৰ শুশ্ৰুষাত ব্যস্ত হৈ পৰিছে প্ৰায় ডেৰ শতাধিক সেচ্ছাসেৱক বাহিনী ।

আবিৰৰ ৰঙেৰে ৰঙীন ঐতিহ্যপূৰ্ণ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ
দৌল উৎসৱৰ লগত সংগতি ৰাখিদৌলগোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । ইফালে এই দৌল উৎসৱত ৰাজ্যৰ প্ৰায় ৭০ হেজাৰ ভক্তৰ সমাগমৰ হ'ব বুলিপ্ৰকাশ কৰে আয়োজক সমিতিয়ে ।

*SLUG= NORTH GHY DOULGOVINDA DOUL UTSHAB*

👉আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ ঐতিহ্যপূৰ্ণ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱ

👉পাচদিনীয়া দৌল উৎসৱত ৰাজ্যৰ প্ৰায় ৭০ হেজাৰ ভক্তৰ সমাগমৰ আশা আয়োজক সমিতিৰ 

👉ভক্তক অপ্ৰ্যায়নৰ বাবে সাজু ডেৰ শতাধিক সেচ্ছাসেৱক বাহিনী

👉৫ দিনীয়া দৌল উৎসৱত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন।

*VISUAL SEND BY FTP*
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.