ETV Bharat / state

আমিনগাঁৱত যৌন নিৰ্যাতনৰ বলি কিশোৰী

কামৰূপৰ আমিনগাঁৱত সংঘটিত হ’ল এক জঘন্য যৌন নিৰ্যাতনৰ ঘটনা ৷ দুৰ্বত্ত যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী স্কুলীয়া ছাত্ৰী ৷ কিশোৰীগৰাকীক ধাৰাবাহিকভাৱে যৌন আতিশায্য চলোৱাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ৷

Sexual abused in Amingaon
আমিনগাঁৱত যৌন নিৰ্যাতনৰ বলি কিশোৰী
author img

By

Published : Feb 7, 2020, 5:00 PM IST

আমিনগাঁও, 7 ফেব্ৰুৱাৰীঃ ৰাজ্যত ধাৰাবাহিক ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ মাজতে এইবাৰ পোহৰলৈ আহিল আন এক যৌন নিৰ্যাতনৰ ঘটনা ৷ কামৰূপৰ আমিনগাঁৱত সংঘটিত হ’ল এক জঘন্য যৌন নিৰ্যাতনৰ ঘটনা ৷ দুৰ্বত্ত যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী স্কুলীয়া ছাত্ৰী ৷ কিশোৰীগৰাকীক ধাৰাবাহিকভাৱে যৌন আতিশায্য চলোৱাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ৷ আমিনগাঁৱৰ লাচিতপুৰৰ হিমাংশু দাস নামৰ এজন যুৱকে প্ৰেমৰ প্ৰলোভনেৰে কিশোৰীগৰাকীক যৌন আতিশায্য চলাইছে বুলি অভিযোগ উত্থাপন কৰে কিশোৰীগৰাকী আৰু পৰিয়ালৰ লোকে ৷

আমিনগাঁৱত যৌন নিৰ্যাতনৰ বলি কিশোৰী
উল্লেখ্য যে চিৰাঙৰ বিজনী নিবাসী কিশোৰীগৰাকীৰ পৰিয়োলটো ভাড়াতীয়া হিচাপে বাস কৰিছিল আমিনগাঁৱৰ পামবস্তীত ৷ এই সূত্ৰেই যুৱকজনে কিশোৰীগৰাকীৰ সৈতে চিনাকী হৈ প্ৰেমৰ চলনাৰে নিজৰ অসৎ কাৰ্য সংঘটিত কৰিছিল বুলি বুলি অভিযোগ উত্থাপিত হৈছে ৷ এতিয়া ন্যায় বিচাৰি কিশোৰগৰাকীৰ পৰিয়াল আৰু মহিলা সমিতিয়ে আমিনগাঁও আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 366/376 ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷ কিন্তু গোচৰ ৰুজু হোৱাৰ পিচতো এতিয়ালৈ যুৱকজনক কাৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আমিনগাঁও আৰক্ষী ৷ ইয়াকে লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃঅসম ৰাজ্যিক পৰিবহন নিগমত ৭০০ খন নতুন বাছৰ অন্তৰ্ভুক্তি

Intro:*SLUG= AMINGAON - MINNOR GIRL RAP CASE*

SCRIPT= আমিনগাঁৱত জঘন্য যৌন নিৰ্যাতনৰ ঘটনা । ষ্কুলীয়া কিশোৰীক যৌন নিৰ্যাতন লম্পট যুৱকৰ । কথমপি লম্পট যুৱকৰ কৱলৰ পৰা প্ৰান ৰক্ষা কিশোৰী গৰাকীৰ । কিশোৰী গৰাকীক উপৰ্যুপৰি যৌন আতিশাৰ্য্য চলোৱাৰ অভিযোগ লম্পট হিমাংশু দাসৰ বিৰুদ্ধে । Body:আমিনগাঁও লাচিতপুৰৰ হিমাংশু দাস নামৰ লম্পট জনে প্ৰেমৰ প্ৰলোভনেৰে ফুচুলাই নি চাৰিদিন ধৰি ভাড়াঘৰত যৌন উৎপীৰন চলাইছিল কিশোৰী গৰাকীক । চিৰাংৰ বিজনী নিবাসী কিশোৰীৰ পৰিয়ালটো ভাড়াতীয়া হিচাপে আছিল আমিনগাঁও পামবস্তীত । ন্যায় বিচাৰি কিশোৰীৰ পৰিয়াল আৰু মহিলা সমিতিয়ে আমিনগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । আমিনগাঁও আৰক্ষী চকীত 12/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 366/376 ধাৰাত ৰুজু হৈছে গোচৰ । অভিযুক্তক কৰায়ত্ব কৰাত অপাৰক আমিনগাঁও আৰক্ষী চকী । নে ধনৰ বিনিময়ত মেনেজ সকলো । এতিয়া প্ৰশ্ন হয় গোচৰ ৰুজুৰ কেইবাদিন উকলাৰ পাছতো অভিযুক্ত আটক কৰিবলৈ সদিস্যা প্ৰকাশ নকৰাক লৈয়ো আৰক্ষীলৈ সন্দেহৰ তোৱাইছে ৰাইজে । Conclusion:ষ্কুলীয়া কিশোৰীক যৌন নিৰ্যাতনৰ জঘন্য ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ আমিনগাঁও অঞ্চলত ।
Byte_ মহিলা সমিতিৰ সদস্য।
ভুক্তভোগী কিশোৰী।
দেউতাক ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.