যোৰহাট, ১০ ফেব্ৰুৱাৰী: যোৰহাটত ব্যতিক্ৰমী ৰূপত সৰস্বতী পূজা আয়োজন একাংশ যুৱকৰ।
যোৰহাটত ব্যতিক্ৰমী ৰূপত সৰস্বতী পূজা - যোৰহাট
হেৰাই যোৱা থলুৱা সম্পদৰাজিৰ সৈতে নবপ্ৰজন্মৰ লগত চিনাকি কৰাবলৈ বিশেষ প্ৰচেষ্টা
সৰস্বতী পূজা
যোৰহাট, ১০ ফেব্ৰুৱাৰী: যোৰহাটত ব্যতিক্ৰমী ৰূপত সৰস্বতী পূজা আয়োজন একাংশ যুৱকৰ।
ব্যক্তক্ৰমি সৰস্বতীৰ পূজা পালন ।।নবীচি -১৭ ৰ প্ৰয়াস অতীতক নবপ্ৰজন্ম লগত চিনাকি কৰোৱা।।
আজি বিদ্যাৰ অৰ্ধীষ্ঠ দেৱী সৰস্বতীৰ পূজা।
সাধাৰণতে বিনাপানীৰ পূজা বুলিলে ধাৰণা কৰা হয় সুন্দৰী যূৱতীৰ লয়লাস ভংগী আৰু সুন্দৰ সাজ-পাৰ।বিভিন্ন বিদ্যালয় তথা মহাবিদ্যালয় সমুহত পালন বাগদেৱীৰ পূজা।যোৰহাটৰ একাংশ শিক্ষিত যূৱকৰ ব্যক্তক্ৰমি প্ৰয়াস।যোৰহাটৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্র লগহৈ সংগঠিত হোৱা নবীচি-১৭ নামৰ সন্হাৰ যূৱকে উদযাপন কৰিছে এক ব্যক্তক্ৰমি সৰস্বতী পূজা।যোৰহাটৰ বিষ্টুৰাম বৰৱা হলৰ প্ৰাংগণত সৰস্বতীৰ পূজাৰ লগত সংগতি ৰাখি প্ৰৰ্দশন কৰিছে অসমীয়া সমাজৰ পুৰণি সম্পদ।পুৰণি অসমীয়া জাতীয় জীৱনৰ লগত উত-পুত ভাৱে জৰিয়ত বিভিন্ন দৈনন্দিন ব্যৱহাৰৰ হোৱা সামগ্ৰী প্ৰৰ্দশনীমূলক ভাৱে মুকলি কৰিছে নবীচি-১৭ ই।