ETV Bharat / state

চাৰি সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ জয় সুনিশ্চিত: ভবেশ কলিতা - চাৰি সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ জয় সুনিশ্চিত: ভবেশ কলিতা

ৰঙিয়াত সোমবাৰে কামৰূপ জিলাৰ বিজেপি কাৰ্যালয় নিমাৰ্ণৰ আধাৰশিলা স্থাপন আৰু ভূমি পৃজা সম্পাদন কৰে জলসিঞ্চন বিভাগৰ(স্বতন্ত্ৰ) মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ৷

ৰঙিয়াত বিজেপি জিলা কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ
author img

By

Published : Oct 21, 2019, 5:34 PM IST

ৰঙিয়া, 21 অক্টোবৰঃ অসমৰ চাৰিটা সমষ্টিত হৈ থকা নিৰ্বাচনত বিজেপিৰ জয় হোৱাটো নিশ্চিত। নিৰ্বাচনত কোনো ফেক্টৰে প্ৰভাৱ নেপেলায়। এনেদৰে মন্তব্য কৰে জলসিঞ্চন বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই। সোমবাৰে দিনত বিজেপিৰ জিলা কাৰ্যালয়ৰ বাবে আধাৰশিলা স্থাপন আৰু ভুমি পূজা সময়ত এনেদৰে কয় ৰঙিয়াৰ বিধায়ক গৰাকীয়ে। ইয়াৰ উপৰিও তেখেতে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ মধ্যপ্ৰদেশলৈ বদলি সন্দৰ্ভত কয় যে,নিৰাপত্তা সন্দৰ্ভত প্ৰতীক হাজেলাই চৰকাৰক একো অৱগত কৰা নাই। এন আৰ চিৰ বাবে তেওঁক উচ্চতম ন্যায়ালয়ে নিয়োজিত কৰিছিল। তেখেতৰ বদলিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাতেই হৈছে ।"

Intro:চাৰি সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ জয় সুনিশ্চিত - ভবেশ কলিতাBody:অসমৰ চাৰিটা সমষ্টিত হৈ থকা নিৰ্বাচনত বিজেপিৰ জয় হোৱাটো নিশ্চিত। নিৰ্বাচনত কোনো ফেক্টৰে প্ৰভাৱ নেপেলায়। এনেদৰে মন্তব্য কৰে জলসিঞ্চন বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই। সোমবাৰে দিনত বিজেপিৰ জিলা কাৰ্য্যালয়ৰ বাবে আধাৰশিলা স্থাপন আৰু ভুমি পূজা সময়ত তেখেতে এনেদৰে কয়। ইয়াৰ উপৰিও তেখেতে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ মধ‍্যপ্ৰদেশলৈ বদলি সন্দৰ্ভত কয় যে, নিৰাপত্তা সন্দৰ্ভত তেখেতে চৰকাৰক একো অৱগত কৰা নাই। এন আৰ চিৰ বাবে তেওঁক উচ্চতম ন্যায়ালয়ে নিয়োজিত কৰিছিল। তেখেতৰ বদলিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাতেই হৈছে।
Bite:- ভবেশ কলিতাConclusion:বন্দনা শৰ্মা, ৰঙিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.