ETV Bharat / state

ভোগালীৰ উল্লাসৰ মাজতে শুৱালকুছি আৰু তিনিচুকীয়াত পথ দুৰ্ঘটনা

author img

By

Published : Jan 16, 2020, 5:14 PM IST

আনহাতে অৰুণাচল প্ৰদেশৰ পৰশুৰামকুণ্ডলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বলেৰ' পিকআপ বাহন ৷ ফলত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে ১৯ জন যাত্ৰী আঘাটপ্ৰাপ্ত হয় ৷ নিহত এজনৰ নাম সত্যপাতি চাকমা বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনক চিনাক্ত কৰিব পৰা যোৱা নাই ৷

ভোগালীৰ উল্লাসৰ মাজতে পথ দুৰ্ঘটনা
ভোগালীৰ উল্লাসৰ মাজতে পথ দুৰ্ঘটনা

শুৱালকুছি,16 জানুৱাৰীঃ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে শুৱালকুছিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ' পিক আপ ভান আৰু বাইকৰ মুখামুখী সংঘৰ্ষত নিহত বাইক আৰোহী শুৱালকুছিৰ যুৱক তুশল কলিতা (17)। উত্তেজিত লোকে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' পিক আপ ভানখন।

ভোগালীৰ উল্লাসৰ মাজতে পথ দুৰ্ঘটনা

আনহাতে অৰুণাচল প্ৰদেশৰ পৰশুৰামকুণ্ডলৈ গৈ থকা অৱস্থাত নামচাই জিলাৰ টেঙাপানীত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বলেৰ' পিকআপ বাহন ৷ ফলত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে ১৯জন যাত্ৰী আঘাটপ্ৰাপ্ত হয় ৷ নিহত এজনৰ নাম সত্যপাতি চাকমা বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনক চিনাক্ত কৰিব পৰা যোৱা নাই ৷ চাংলাং জিলাৰ দায়ুনৰ পৰা AS-23BC-9716 নম্বৰৰ বলেৰ' পিকআপ বাহনখনেৰে মকৰ সংক্ৰান্তিৰ দিনা লোহিত জিলাৰ পৰুশুৰামকুণ্ডত হৈ থকা মেলাত অংশগ্ৰহণ কৰিবলৈ গৈছিল উক্ত যাত্ৰীসকল ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক তিনিচুকীয়া,ডিব্ৰুগড়ৰ বিভিন্ন চিকিৎসালয় লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ভোগালীৰ উল্লাসৰ মাজতে পথ দুৰ্ঘটনা

লগতে চাওকঃকলিয়াবৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ

Intro:HAJO BREAKING

ভোগালীৰ আনন্দ উল্লাসৰ মাজতে শুৱালকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ` পিক আপ ভান আৰু বাইকৰ মুখা মুখী সংঘৰ্ষত নিহত বাইক আৰোহি শুৱালকুছিৰ যুৱক তুশল কলিতা (17)। উত্তেজিত লোকে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ` পিক আপ ভান খন।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.