ETV Bharat / state

ৰঙিয়াৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা - ৰঙিয়াৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত তিনিখন ট্ৰাক আৰু ডাম্পাৰৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

ৰঙিয়াৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Apr 22, 2021, 2:35 PM IST

ৰঙিয়া,22 এপ্ৰিল: বুধবাৰে নিশা ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তিনিখন ট্ৰাক আৰু ডাম্পাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনা সংঘটিত হয় ৷

ৰঙিয়াৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙিয়াৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথমে বিপৰীত দিশৰ পৰা এখন ট্ৰাক সৈতে অন্য এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাত পতিত হৈ থকা ট্ৰাকত আন এখন ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ পাচতে ডাম্পাৰৰ ভিতৰত আবদ্ধ হৈ পৰে চালক ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে ট্ৰাক দুখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে ৷

বহু প্ৰচেষ্টাৰ অন্তত ডাম্পাৰ চালক দিলোৱাৰ হুছেইনক সুকলমে উদ্ধাৰ কৰা হয় । এই দুৰ্ঘটনাৰ ফলত কেইবা ঘন্টা সময় ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সহশ্ৰাধিক যানবাহন আবদ্ধ হৈ থকাৰ ফলত নলবাৰী পৰ্যন্ত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ।

লগতে পঢ়ক: ক'ভিড : মুখ্যমন্ত্ৰীৰ আহ্বানত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.