ETV Bharat / state

বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

বকোৰ বন্দাপাৰাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী, আহত হয় আন এজন বাইক আৰোহী ৷

author img

By

Published : Apr 3, 2021, 9:06 AM IST

বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

বকো,3 এপ্ৰিল: শুকুৰবাৰে নিশা বকোৰ বন্দাপাৰাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী, আহত হয় আন এজন বাইক আৰোহী ৷

বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
বকোৰ বন্দাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

আহত বাইক আৰোহী জনক বকো আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হয় আহিছে পথ দুৰ্ঘটনা । বকো আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে । নিহত যুৱকজন বকো ঘিলাবাৰী গাঁৱৰ তপন বড়ো বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷ আনহাতে, গুৰুতৰভাৱে আহতজন বকোৰ ৰাজাপাৰা কুকুৰমাৰা গাৱঁৰ ৰাতুল দৈমাৰী বুলি জানিব পৰা গৈছে । ইফালে দূৰ্ঘটনাত পতিত বাজাজ পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 01 AA 3506 ৷

লগতে পঢ়ক: পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.