ETV Bharat / state

ৰঞ্জিত দাসৰ সভাত ভংগ ক’ভিড প্ৰট'কল

author img

By

Published : Oct 16, 2020, 7:13 PM IST

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে শুকুৰবাৰে ৰঙিয়াত অনুস্থিত হোৱা ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ক’ভিড প্ৰটকল ভংগ কৰা পৰিলক্ষিত হৈছে ৷ কৰ্মীসকলৰ এই সভাত ক’ভিড প্ৰটকল ভংগ কৰি খাদ্য বিতৰণ কৰা দেখা গ’ল ।

ৰঞ্জিত দাসৰ সভাত ভংগ ক’ভিড প্ৰট'কল
ৰঞ্জিত দাসৰ সভাত ভংগ ক’ভিড প্ৰট'কল

ৰঙিয়া, 16 অক্টোবৰ: ৰাজ্যত ভয়াৱহ কৰ’ণা মহামাৰীৰ মাজতেই খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কাণ্ডই চকু কপালত তুলিছে সকলোৰে ৷ শুকুৰবাৰে ৰঙিয়াত অনুস্থিত হোৱা ভাৰতীয় কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ক’ভিড প্ৰটকল ভংগ কৰা পৰিলক্ষিত হৈছে ৷

ৰঞ্জিত দাসৰ সভাত ভংগ ক’ভিড প্ৰট'কল
ৰঞ্জিত দাসৰ সভাত ভংগ ক’ভিড প্ৰট'কল

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰ্মীসকলৰ এই সভাত ক’ভিড প্ৰটকল ভংগ কৰি খাদ্য বিতৰণ কৰা দেখা গ’ল । নেতা-পালিনেতা,কৰ্মী কাৰোৱে মুখত মাস্ক দেখা নগ’ল ৷ ইপিনে সামাজিক দুৰত্ব নমনাকৈ দীঘলীয়া শাৰী পাতি খাদ্য পৰিৱেশন কৰা দেখা গ’ল ।

ইপিনে খাদ্য গ্ৰহণ কৰিবলৈ আহি স্বাস্থ্য বিভাগৰ নীতি-নিয়ম উলংঘা কৰি হেতা উপৰা লগাইছে সকলোৱে। স্বাস্থ্য বিভাগৰ লগতে মন্ত্ৰী বিধায়কসকলে বাৰম্বাৰ আহ্বান জনোৱাৰ পাচতো ক’ভিড প্ৰট'কল পাহৰি এনেদৰে নিয়ম উলংঘা কৰাৰ পাচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰঙিয়াত ।

লগতে পঢ়ক:হাগ্ৰামা মহিলাৰী বিটিচিবাসীৰ বাবে অতীতঃ প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.