ETV Bharat / state

প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গ্ৰন্থ উন্মোচন

author img

By

Published : Nov 10, 2019, 5:04 PM IST

Updated : Nov 10, 2019, 7:50 PM IST

ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিচত 2018 বৰ্ষৰ ৩ অক্টোবৰত ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ শনিবাৰে অযোধ্যাৰ ভূমি বিবাদৰ ৰায় প্ৰদান কৰে ৰঞ্জন গগৈয়ে । ভূমি বিবাদ ৰায়দানৰ এদিন পিচতে গৃহৰাজ্যত উপস্থিত হয়হি মুখ্য ন্যায়াধীশগৰাকী ৷

গুৱাহাটীত উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

গুৱাহাটী, 10 নৱেম্বৰ: দেওবাৰে গুৱাহাটী মাছখোৱাৰ ITA চেণ্টাৰত "ভাৰতবৰ্ষৰ আদালতসমূহ অতীতৰ পৰা বৰ্তমানলৈ" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গ্ৰন্থ উন্মোচন

দেওবাৰে দিনত দিল্লীৰ পৰা বিমানযোগে গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ । কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিমানবন্দৰৰ পৰা লৈ অহা হয় মুখ্য ন্যায়াধীশগৰাকীক । ৰঞ্জন গগৈক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীকে ধৰি আৰক্ষী প্ৰশাসনৰ বহুতো উচ্চ-পদস্থ বিষয়া ।

উল্লেখ্য যে, ন্যায়াধীশ দীপক মিশ্ৰয়ে অৱসৰ গ্ৰহণ কৰাৰ পিচত 2018 বৰ্ষৰ ৩ অক্টোবৰত ভাৰতৰ ৪৬ তম মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ শনিবাৰে অযোধ্যাৰ ভূমি বিবাদৰ ৰায় প্ৰদান কৰে ৰঞ্জন গগৈয়ে । ভূমি বিবাদ ৰায়দানৰ এদিন পিচত অসমভূমিলৈ আহে মুখ্য ন্যায়াধীশগৰাকী ৷

আৰু পঢ়ক 7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান

Intro:গুৱাহাটীত উপস্থিত দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ ।
Body:Ocvo...গুৱাহাটীত উপস্থিত দেশৰ মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ । দিল্লীৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত ৰঞ্জন গগৈ । কটকটীয়া নিৰাপত্তাৰে বিমানবন্দৰৰ পৰা লৈ যোৱা হৈছে অসম সন্তান ৰঞ্জন গগৈক । যোৱাকালি অযোধ্যাৰ ভুমি বিবাদৰ ৰায় প্ৰদান কৰাৰ এদিন পিছতে অাজি গুৱাহাটীত আহি উপস্থিত হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ । গুৱহাটী মাছখোৱাৰ ITI চেণ্টাৰত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ ল’ব মুখ্য ন্যায়াধীশগৰাকীয়ে । Conclusion:বিমানবন্দৰত ৰঞ্জন গগৈ আদৰিবলৈ উপস্থিত হয় আইনী উপদেষ্টা শান্তনু ভৰালী,প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীকে ধৰি আৰক্ষী প্ৰশাসনৰ বহুতো উচ্চ-পদস্থ বিষয়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Nov 10, 2019, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.