ETV Bharat / state

ৰঙিয়াত সেনা জোৱানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা - ৰঙিয়াত সেনা জোৱানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা

ৰঙিয়া জংচনৰ 3 টাকৈ ট্ৰাংকত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সুৰাৰ বটল । জানিব পৰা মতে সেনা জোৱানজনে সুৰাখিনী অৰুণাচলৰ পৰা ৰে'ল যোগে ৰঙিয়ালৈ আনি পুনৰ ৰে'লযোগে মহাৰাষ্ট্ৰলৈ নিবলৈ পৰিকল্পনা কৰোতেই ৰঙিয়া ৰে'লৱে আৰক্ষীৰ হাতত সুৰাসহ আটক হয় সেনাজোৱানজন ৷

ৰঙিয়া
author img

By

Published : Oct 21, 2019, 10:00 AM IST

ৰঙিয়া, 21অক্টোবৰ: সুৰা ব্যৱসায়ৰ সৈতে জৰিত হৈ আটক হ'ল স্বয়ং সেনা জোৱান ৷ দেওবাৰে অৰুণাচলৰ লিকাৱলিত কৰ্মৰত সেনাজোৱান এজনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা । ৰঙিয়া জংচনত 3 টাকৈ ট্ৰাংকত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সুৰাৰ বটল । জানিব পৰা মতে সেনা, জোৱানজনে সুৰাখিনী অৰুণাচলৰ পৰা ৰে'ল যোগে ৰঙিয়ালৈ আনি পুনৰ ৰে'লযোগে মহাৰাষ্ট্ৰলৈ নিবলৈ পৰিকল্পনা কৰোতেই ৰঙিয়া ৰে'লৱে আৰক্ষীৰ হাতত সুৰাসহ আটক হয় সেনাজোৱানজন ৷ আটকাধীন সেনা জোৱানজন মহাৰাষ্ট্ৰৰ বিড জিলাৰ অশোক গুট্টী (৪৫) ।

উল্লেখ্যযোগ্য যে, তিনিটাকৈ বৃহৎ ট্ৰাংকৰ সৈতে প্লেটফৰ্মত ৰে'লৰ বাবে ৰৈ থকা সেনাজোৱানজনৰ গতিবিধিত টহলদাৰী আৰক্ষীৰ সন্দেহ হোৱাত ট্ৰাংক কেইটা খুলি চোৱাত উদ্ধাৰ হয় অৰুণাচলী সুৰা । উদ্ধাৰ কৰা সুৰাৰ মূল্য লাখৰো অধিক হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।অধিক তথ্যৰ বাবে সেনা জোৱানজনক আৰক্ষীয়ে জেৰা অৱ্যাহত ৰাখিছে ।

Intro:সেনা জোৱানৰ লগত উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰাBody:এইবাৰ সুৰা ব্যৱসায়ত নামিল সেনা জোৱান । অৰুণাচলৰ লিকাৱলিত কৰ্মৰত সেনাজোৱানৰ পৰা উদ্ধাৰ হ'ল হ'ল বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ।
ৰঙিয়া জংচনত উদ্ধাৰ তিনিটাকৈ বৃহৎ ট্ৰাংকত থকা সুৰাৰ বটলসমূহ । সেনা জোৱানজনে অৰুণাচলৰ পৰা ৰেল যোগে ৰঙিয়ালৈ আনি পুনৰ ৰেলযোগে মহাৰাষ্ট্ৰলৈ নিবলৈ পৰিকল্পনা কৰিছিল । ৰঙিয়া ৰেলৱে আৰক্ষীৰ হাতত সুৰাসহ ধৃত সেনাজোৱান জন হৈছে মহাৰাষ্ট্ৰৰ বিড জিলাৰ অশোক গুট্টী (৪৫) ।
তিনিটাকৈ বৃহৎ ট্ৰাংকৰ সৈতে প্লেটফৰ্মত ট্ৰেনৰ বাবে ৰৈ থকা সেনাজোৱান জনৰ গতিবিধিত টহলদাৰী আৰক্ষীৰ সন্দেহ হোৱাত ট্ৰাংক কেইটা খুলি চোৱাত উদ্ধাৰ হয় অৰুণাচলী সুৰা । উদ্ধাৰ কৰা সুৰাৰ মূল্য লক্ষাধিক টকাৰ বেছি হব বুলি জানিব দিয়ে আৰক্ষীয়ে ।অধিক তথ্যৰ বাবে সেনাজোৱান জনক আৰক্ষীয়ে জেৰা অৱ্যাহত ৰাখিছে ।

Bite:- আৰক্ষী বিষয়াConclusion:বন্দনা শৰ্মা, ৰঙিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.