ৰঙিয়া, 9 জুলাই: ৰঙিয়াৰ বঙালীকুছিত মহিলা সন্ধানহীন । সন্ধানহীন হোৱা মহিলা গৰাকী হৈছে জুনুকা দেৱী । ছয়দিন পূৰ্বে জেষ্ঠ ভনীৰ ঘৰলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে মহিলা গৰাকী । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ লৈছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনা সন্দৰ্ভত ভু্ক্তভোগী পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ৰঙিয়াৰ বঙালীকুছিৰ পৰা কমলপুৰলৈ যাওঁতে কোনো দুষ্টলোকৰ হাতত পৰাৰ আশংকা কৰিছে পৰিয়ালে । কোনো দুষ্টচক্ৰ বা নাৰী সৰবৰাহকাৰীয়ে মহিলা গৰাকীক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।
ৰঙিয়াৰ বঙালীকুছিত সন্ধানহীন মহিলা
সন্ধানহীন হোৱা মহিলা গৰাকী হৈছে জুনুকা দেৱী । ছয়দিন পূৰ্বে জ্যেষ্ঠ ভনীৰ ঘৰলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে মহিলাগৰাকী । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ লৈছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনা সন্দৰ্ভত ভু্ক্তভোগী পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
ৰঙিয়া, 9 জুলাই: ৰঙিয়াৰ বঙালীকুছিত মহিলা সন্ধানহীন । সন্ধানহীন হোৱা মহিলা গৰাকী হৈছে জুনুকা দেৱী । ছয়দিন পূৰ্বে জেষ্ঠ ভনীৰ ঘৰলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে মহিলা গৰাকী । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ লৈছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনা সন্দৰ্ভত ভু্ক্তভোগী পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ৰঙিয়াৰ বঙালীকুছিৰ পৰা কমলপুৰলৈ যাওঁতে কোনো দুষ্টলোকৰ হাতত পৰাৰ আশংকা কৰিছে পৰিয়ালে । কোনো দুষ্টচক্ৰ বা নাৰী সৰবৰাহকাৰীয়ে মহিলা গৰাকীক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।
মহিলা সন্ধানহীন । সন্ধানহীন হোৱা মহিলা গৰাকী হৈছে জুনুকা দেৱী । ছয়দিন পূৰ্বে জেষ্ঠ ভনীৰ ঘৰলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰে মহিলা গৰাকী । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত সা-খবৰ লৈছে যদিও বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনা সন্দৰ্ভত ভু্ক্তভোগী পৰিয়ালে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । ৰঙিয়াৰ বঙালীকুছিৰ পৰা কমলপুৰলৈ যাওতে কোনো দুষ্টলোকৰ হাতত পৰাৰ আশংকা কৰিছে পৰিয়ালে । কোনো দুষ্টচক্ৰ বা নাৰী সৰবৰাহকাৰীয়ে মহিলা গৰাকীক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।
BITE : আত্মীয়Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা