ETV Bharat / state

ৰঙিয়াত অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদ - covid19

যাত্ৰীবাহী স্থানীয় ৰে‘ল সমূহৰ পুনৰ চলাচলৰ দাবীত ৰঙিয়াত অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই আছুৰ লগতে এজেপিয়ে । ৰঙিয়া ৰেল জংচনৰ সন্মুখত সংগঠন কেইটাৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

rangia-protest
ৰঙিয়াত অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদ
author img

By

Published : Dec 6, 2020, 10:37 PM IST

ৰঙিয়া, 6 ডিচেম্বৰ : যাত্ৰীবাহী স্থানীয় ৰে‘ল সমূহৰ পুনৰ চলাচলৰ দাবীত ৰঙিয়াত অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই আছুৰ লগতে এজেপিয়ে । ৰঙিয়া ৰেল জংচনৰ সন্মুখত সংগঠন কেইটাৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ কৰাৰ লগতে অসমত লোকেল ট্ৰেইন বন্ধ কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন কেইটাই ।

ৰঙিয়াত অসম ৰেলযাত্ৰী সন্থাৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসমত লোকেল ৰেল বন্ধ কৰা নচলিব, কেন্দ্ৰীয় চৰকাৰে অসমক মাহীআইৰ দৃষ্টিৰে চোৱা নচলিব, অসমত লোকেল ৰেলসমুহক চলাৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কভিড-১৯ ৰ বাবে অসমত ১৩ খনকৈ লোকেল ৰেল বন্ধ কৰাত ক্ষুদ্ধ হৈ পৰিছে অসম ৰেলযাত্ৰী সন্থা ।
লগতে পঢ়ক: ভালুকৰ সাঙীত পৰিণত ভাৰতীয় ষ্টেট বেংকৰ এ.টি.এম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.