ETV Bharat / state

শিলচৰত পাকিস্তান ধ্বনিৰ প্ৰসংগঃ ৰঙিয়াত বজৰংগ দলৰ প্ৰতিবাদ

শিলচৰত আজমলক আদৰিবলৈ যোৱো AIUDFৰ একাংশ কৰ্মকৰ্তাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বিৰুদ্ধে ৰঙিয়াত বজৰংগ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

RANGIA PROTEST AGAINEST BOJRONG  PARTY
শিলচৰত পাকিস্তান ধ্বনিৰ প্ৰসংগত; ৰঙিয়াত বজৰংগ দলৰ প্ৰতিবাদকাৰ্যসূচী ৰূপায়ন
author img

By

Published : Nov 7, 2020, 10:51 PM IST

ৰঙিয়া,7নৱেম্বৰঃ শনিবাৰে ৰঙিয়াৰ শিৱমন্দিৰ পথত ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদীকাৰ্যসূচী ৰূপায়ন। সাংসদ বদৰউদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । উল্লেখযোগ্য যে, শিলচৰত আজমলক আদৰিবলৈ যোৱা AIUDFৰ একাংশ কৰ্মকৰ্তাই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

RANGIA PROTEST AGAINEST BOJRONG  PARTY
শিলচৰত পাকিস্তান ধ্বনিৰ প্ৰসংগঃ ৰঙিয়াত বজৰংগ দলৰ প্ৰতিবাদ

ইপিনে AIUDF ক ৰাষ্ট্ৰ বিৰোধী আখ্যা দি AIUDF ক নিষিদ্ধ কৰাৰ দাবী কৰিলে প্ৰতিবাদকাৰী সকলে। আজমল আৰু AIUDF ৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰী সকলে পাকিস্তান জিন্দাবাদ শ্ল’গান দিয়া AIUDF ৰ কৰ্মকৰ্তাক অতিশীঘ্ৰে কৰায়ত্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায় ।

লগতে পঢ়কঃ বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.