ETV Bharat / state

ৰঙিয়াত কাৰ্গিল বিজয় দিৱসৰ শুভাৰম্ভণি

author img

By

Published : Jul 22, 2019, 7:10 PM IST

কাৰ্গিলৰ যুদ্ধৰ বিজয়ৰ স্মৃতিত ২৬ জুলাইৰ দিনাখন "কাৰ্গিল বিজয় দিৱস"ৰ আয়োজন হিচাপে পালন কৰিবলৈ ওলোৱা সপ্তাহযোৰা কাৰ্য্যসূচীৰ আজি প্ৰথম দিন আছিল।

ৰঙিয়াত কাৰ্গিল বিজয় দিৱসৰ শুভাৰম্ভণি

ৰঙিয়া,22 জুলাইঃ সমন্বয় আৰু দেশপ্ৰেমৰ বাৰ্তা লৈ ৰঙিয়াৰ এছ এছ বি ২৪নং বেটেলিয়ান কেম্পৰ পৰা আজি এক যাত্ৰা আৰম্ভ হ'ল । পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে ২৪নং বেটেলিয়ানৰ ৰঙিয়াৰ ডিআইজি ডব্লিউ. নৰবো ইবিয়ে । এই যাত্ৰাত, বেটেলিয়ানটোৰ জোৱানসকলে প্ৰতিটো আউটপোষ্টলৈ গৈ সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰিব । আনহাতে অউট পোষ্টবোৰৰ ওচৰৰ বিদ‍্যালয়সমূহত তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব বেটেলিয়ানটোৰ ফালৰ পৰা । কাৰ্গিলৰ যুদ্ধৰ বিজয়ৰ স্মৃতিত ২৬ জুলাইৰ দিনাখন "কাৰ্গিল বিজয় দিৱস"ৰ আয়োজন হিচাপে পালন কৰিবলৈ ওলোৱা সপ্তাহযোৰা কাৰ্য্যসূচীৰ আজি প্ৰথম দিন আছিল। যুদ্ধত সৰ্বোচ্চ বলিদান কৰি দেশবাসীলৈ বিজয়ৰ গৌৰৱ কঢ়িয়াই অনা আমাৰ সেনাবাহিনীৰ সাহসী সৈনিক সকলৰ স্মৃতি উদযাপন কৰা আৰু দেশৰ উঠি অহা চামক অনুভৱ কৰোৱাৰ উদ্দেশ্য আয়োজন কৰা এই যাত্ৰাৰ অন্ত আহা ২৬ জুলাইৰ দিনা পৰিব ।

Intro:কাৰ্গিল বিজয় দিৱসৰ সপ্তাহযোৰা কাৰ্য‍্যসূচীৰ আজি শুভাৰম্ভণিBody:সমন্বয় আৰু দেশপ্ৰেমৰ বাৰ্তা লৈ ৰঙিয়াৰ এছ এছ বি ২৪নং বেটেলিয়ান কেম্পৰ পৰা আজি এক যাত্ৰা আৰম্ভ হ'ল। পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে ২৪নং বেটেলিয়ানৰ ৰঙিয়াৰ ডিআইজি ডব্লিউ. নৰবো ইবিয়ে। এই যাত্ৰাত, বেটেলিয়ানটোৰ জোৱানসকলে প্ৰতিটো আউটপোষ্টলৈ গৈ সজাগতা সৃষ্টিৰ বাবে চেষ্টা কৰিব। আনহাতে অউট পোষ্টবোৰৰ ওচৰৰ বিদ‍্যালয়সমুহত তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব বেটেলিয়ানটোৰ ফালৰ পৰা। কাৰ্গিলৰ যুদ্ধৰ বিজয়ৰ স্মৃতিত ২৬ জুলাইৰ দিনাখন "কাৰ্গিল বিজয় দিৱস"ৰ আয়োজন হিচাপে পালন কৰিবলৈ ওলোৱা সপ্তাহযোৰা কাৰ্য্যসূচীৰ আজি প্ৰথম দিন আছিল। যুদ্ধত সৰ্বোচ্চ বলিদান কৰি দেশবাসীলৈ বিজয়ৰ গৌৰৱ কঢ়িয়াই অনা আমাৰ সেনাবাহিনীৰ সাহসী সৈনিক সকলৰ স্মৃতি উদযাপন কৰা আৰু দেশৰ উঠিঅহা চামক অনুভৱ কৰোৱাৰ উদ্দেশ্য আয়োজন কৰা এই যাত্ৰাৰ অন্ত আহা ২৬ জুলাইৰ দিনা পৰিব।
Bite:- ডব্লিউ. নৰবো ইবিয়ে, ডি আই জি, ২৪নং বেটেলিয়ান ৰঙিয়াConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.