ETV Bharat / state

ৰঙিয়াত দুৰ্ঘটনাত পতিত চিলিণ্ডাৰ ভৰ্তি ট্ৰাক

ৰঙিয়া-ধমধমা পথত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৷ ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো ৷

ৰঙিয়াত দুৰ্ঘটনাত পতিত চিলিণ্ডাৰ ভৰ্তি ট্ৰাক
author img

By

Published : Aug 3, 2019, 8:57 PM IST

ৰঙিয়া, 3 আগষ্টঃ ৰঙিয়া-ধমধমা পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথটোৰ জামতোলাত কালভাৰ্ট ভাঙি চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাক বাগৰি পৰিল দ' খাৱৈত । শনিবাৰে জামতোলাৰ ইণ্ডেণ গেছ এজেন্সিলৈ ৰন্ধন গেছ ভৰ্তি AS-25-CC-7746 নম্বৰৰ ট্ৰাক এখন গৈ থকা অৱস্থাত এজেন্সিটোৰ সমীপতে পথটোত থকা কালভাৰ্টটো ভাঙি ট্ৰাকখন বাগৰি পৰে । লগে লগে গাড়ীৰ পৰা গেছ ভৰ্তি চিলিণ্ডাৰবোৰ বাগৰি পৰে । সৌভাগ্যক্ৰমে পানীত পৰা বাবে চিলিণ্ডাৰবোৰ বিস্ফোৰণ নোহোৱাকৈ থাকে। যাৰবাবে নিচেই ওচৰতে থকা পৰিয়ালবোৰৰ কথমপি প্ৰাণ ৰক্ষা পৰে । স্থানীয় ৰাইজে কালভাৰ্ট নিৰ্মাণ কৰা ঠিকাদাৰৰ গাফিলতিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

Intro:চিলিণ্ডাৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষাBody:ৰঙিয়া-ধমধমা পথত ভয়ংকৰ পথ দুৰ্ঘটনা । পথটোৰ জামতোলাত কালভাৰ্ট ভাঙি চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাক বাগৰি পৰিল দ' খাৱৈত । কথমপি প্ৰাণ ৰক্ষা দুৰ্ঘটনাস্থলীৰ সমীপত থকা বহু পৰিয়ালৰ । কালভাৰ্ট নিৰ্মাণ কৰা ঠিকাদাৰৰ গাফিলতিৰ বাবে দুৰ্ঘটনা হোৱাৰ অভিযোগ ৰাইজৰ । আজি জামতোলাৰ ইণ্ডেণ গেছ এজেন্সিলৈ ৰন্ধন গেছ ভৰ্তি AS-25-CC-7746 নম্বৰৰ ট্ৰাক এখন গৈ থকা অৱস্থাত এজেন্সিটোৰ সমীপত এই পথটোত থকা কালভাৰ্টটো ভাঙি ট্ৰাকখন বাগৰি পৰে । লগে লগে গাড়ীৰ পৰা গেছ ভৰ্তি চিলিণ্ডাৰবোৰ বাগৰি পৰে । সৌভাগ্য ক্ৰমে পানীত পৰা বাবে চিলিণ্ডাৰবোৰ বিস্ফোৰণ হোৱাৰ পৰা ৰক্ষা পৰে । যাৰবাবে নিচেই ওচৰতে থকা পৰিয়ালবোৰৰ কথমপি প্ৰাণ ৰক্ষা পৰে । ৰাইজৰ অভিযোগ মতে কালভাৰ্ট নিৰ্মাণত দুৰ্নীতি হোৱা বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে । শীঘ্ৰে এনেধৰণৰ দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনায় ।
Bite:- publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.