ৰঙিয়া, 9 জুলাই : ৰঙিয়াত নিৰ্মাণ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । নিৰ্মাণ শ্ৰমিকৰ পাঁচ দফীয়া সমস্যা সমাধানৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াৰ ৰাজপথ উত্তাল কৰে কামৰূপ জিলা সমিতিয়ে । ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি শ্ৰমিকসকলে শ্ৰমিক কল্যাণ পুজিৰ নামত সংঘটিত অনিয়ম বন্ধ কৰক, হিত লাভৰ ধন শীঘ্ৰে আদায় দিয়ক, নিৰ্মাণ শ্ৰমিকৰ বাসগৃহ সজাৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰক, দক্ষতা বিকাশৰ নামত প্ৰহসন বন্ধ কৰক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । নিৰ্মাণ শ্ৰমিকসকলে পিছত শ্ৰম বিষয়াৰ কাৰ্যালয়লৈ গৈ সমস্যা সমাধানৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে, শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজ্যজুৰি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।
ৰঙিয়াত শ্ৰমিকৰ প্ৰতিবাদ - প্ৰতিবাদ
পাঁচ দফীয়া সমস্যা সমাধানৰ দাবীত ৰঙিয়াত উত্তাল প্ৰতিবাদ ৷ নিৰ্মাণ শ্ৰমিকৰ শতাধিক সদস্যৰ এই প্ৰতিবাদী কাৰ্যসূচী ৷ শ্ৰম বিষয়াৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান
ৰঙিয়া, 9 জুলাই : ৰঙিয়াত নিৰ্মাণ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । নিৰ্মাণ শ্ৰমিকৰ পাঁচ দফীয়া সমস্যা সমাধানৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াৰ ৰাজপথ উত্তাল কৰে কামৰূপ জিলা সমিতিয়ে । ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি শ্ৰমিকসকলে শ্ৰমিক কল্যাণ পুজিৰ নামত সংঘটিত অনিয়ম বন্ধ কৰক, হিত লাভৰ ধন শীঘ্ৰে আদায় দিয়ক, নিৰ্মাণ শ্ৰমিকৰ বাসগৃহ সজাৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰক, দক্ষতা বিকাশৰ নামত প্ৰহসন বন্ধ কৰক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে । নিৰ্মাণ শ্ৰমিকসকলে পিছত শ্ৰম বিষয়াৰ কাৰ্যালয়লৈ গৈ সমস্যা সমাধানৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে, শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজ্যজুৰি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে ।
Byte : শ্ৰমিক নেতা ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা